• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

মহিলাৰ লগত কু-কৰ্ম সন্দৰ্ভত কলকাতাত নতুন কঠোৰ আইন

Nation NE by Nation NE
September 4, 2024
in ৰাষ্ট্ৰীয়
0 0
মহিলাৰ লগত কু-কৰ্ম সন্দৰ্ভত কলকাতাত নতুন কঠোৰ আইন
Share on FacebookShare on TwitterWhatsApp

যোৱা ৯ আগষ্টত সমগ্ৰ দেশক জোকাৰি যোৱা কলকাতা আৰ জি কাৰ মেডিকেল কলেজত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছতে কালি পশ্চিমবংগৰ বিধান সভাত ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ঘটনাত জড়িত দোষীক ফাঁচী দিব পৰাকৈ এখন কঠোৰ আইন গৃহিত হৈছে। এই আইন খনৰ বিষয়ে সকলোৱে বিশেষকৈ মহিলা সকলে জনা উচিত।
পাঁচটা দফাৰ এই আইন খনৰ প্ৰথম দফা অনুসৰি ধৰ্ষিতা গৰাকীৰ মৃত্যু হ’লে অথবা ক’মাত গলে দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰীক ফাঁচী দিয়া হ’ব।

দ্বিতীয় দফা অনুসৰি ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণত জড়িতৰ যাৱজ্জীৱন কাৰাদণ্ড হ’ব জীৱনৰ অন্তিম সময়লৈকে। লগতে কাৰাদণ্ডৰ সময়ছোৱাত তেওঁলোকক কোনো পাৰিশ্ৰমিক দিয়া নহ’ব।

তৃতীয় দফা অনুসৰি ধৰ্ষণৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি ৰিপৰ্ট সাজু কৰিবলৈ আৰক্ষীক ২১ দিনৰ সময় দিয়া হ’ব। আৰু যদি কোনো কাৰণত ২১ দিনত এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ  নহয়, তেতিয়া আৰক্ষীক পুনৰ ১৫ দিনৰ অধিক সময় দিয়া হ’ব। আৰক্ষীয়ে মুঠ ৩৬ দিনৰ ভিতৰত এই তদন্তৰ ৰিপৰ্ট দিবলৈ বাধ্য।

চতুৰ্থটো দফা অনুসৰি মহিলাৰ ওপৰত সংঘটিত হোৱা অপৰাধ ৰোধৰ বাবে প্ৰতি জিলাত একোটা টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। যাৰ নাম হ’ব অপৰাজিতা টাস্ক ফ’ৰ্চ। আৰু এই টাস্ক ফ’ৰ্চৰ  নেতৃত্ব ডি এছ পি স্তৰৰ আৰক্ষীৰ ওপৰত ন্যস্ত আছে।

পঞ্চমটো দফা অনুসৰি ধৰ্ষণৰ এই বিষয়সমূহৰ আদালতৰ প্ৰক্ৰিয়া সমূহ প্ৰকাশ কৰাৰ পূৰ্বে মিডিয়া হাউচে চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব অন্যথা জৰিমণা বিহা হ’ব লগতে বাতৰি প্ৰকাশ কৰা সাংবাদিক জনৰ ৩-৫ বছৰৰ বাবে কাৰাদণ্ড  হ’ব।

উল্লেখ্য যে কেন্দ্ৰৰ প্ৰচলিত আইন অনুসৰি ধৰ্ষিতাৰ মৃত্যু হলে নূন্যতম ২০ বছৰৰ কাৰাদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড অথবা ফাঁচী দিয়া হয়।
আনহাতে দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰচলিত আইন অনুসৰি নূন্যতম ২০ বছৰৰ কাৰাদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

Tags: Kolkata CaseKolkata Rapelaw for womenNational

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025