• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল’ব লাগিব অনুমতি; চূড়ান্ত অনুমোদন দিব মুখ্যমন্ত্ৰীয়ে

Nation NE by Nation NE
August 4, 2024
in অসম, BIG BREAKING, Top News
0 0
হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল’ব লাগিব অনুমতি; চূড়ান্ত অনুমোদন দিব মুখ্যমন্ত্ৰীয়ে
Share on FacebookShare on TwitterWhatsApp

হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল’ব লাগিব অনুমতি, একেদৰে মুছলমানৰ মাটি ক্ৰয় কৰিবলৈ হিন্দুয়ে ল’ব লাগিব অনুমতি। আনকি, মাটি-বাৰী ক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন লোৱাৰ পিছতে ক্ৰয় কৰিব পাৰিব মাটি। আগন্তুক বিধানসভাত মাটি-বাৰী ক্ৰয় সন্দৰ্ভত এখন বিধেয়ক অনা হ’ব বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে অৰুণোদয় আঁচনিৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰ-পত্ৰ পূৰণ কৰা সকলো মহিলাই লাভ কৰিব ধন । ইয়াৰ বাবে প্ৰত্যেকটো বুথ কেন্দ্ৰত গঠন কৰিব ৩জনীয়া কমিটি । প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰীৰ নাম ।

ইফালে, বিটিআৰ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক বিটিআৰ আৰু পঞ্চায়ত নিৰ্বাচন অকলে খেলিব বিজেপিয়ে। পঞ্চায়ত-জিলা পৰিষদৰ নিৰ্বাচনত কোনো ধৰণৰ মিত্ৰতা নকৰে বিজেপিয়ে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰিব নে নকৰে সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য প্ৰদান কৰে বিজেপিয়ে।

Tags: #AssamAssam GovtBreakingHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025