• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

গৌতম গম্ভীৰৰ পিছত ভাৰতীয় দলত প্ৰৱেশ ঘটিব জাহিৰ খানৰ!

Nation NE by Nation NE
July 10, 2024
in ক্ৰীড়া
0 0
গৌতম গম্ভীৰৰ পিছত ভাৰতীয় দলত প্ৰৱেশ ঘটিব জাহিৰ খানৰ!
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদত অধিষ্ঠিত হ’ল গৌতম গম্ভীৰ। মঙলবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গৌতম গম্ভীৰৰ নাম নিশ্চিত হোৱাৰ লগে লগে প্ৰশিক্ষক ষ্টাফত আন কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে স্থান পাব বুলি চৰ্চা চলিছে।

২০১১ চনত এদিনীয়া বিশ্বকাপ জয়ী কৰোৱাত অন্যতম মুখ্য ভূমিকা গ্ৰহণ কৰা ভাৰতীয় দলৰ বেগী বলাৰ জাহিৰ খানে বলিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

এ এন আইৰ প্ৰতিবেদন অনুসৰি, টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষকৰ দৌৰত আছে জাহিৰ খান। কেৱল জাহিৰ খানেই নহয় বলিং প্ৰশিক্ষক পদৰ বাবে লক্ষ্মীপতি বালাজীৰ নামো চৰ্চাত আছে।

উল্লেখ্য যে, যদিহে বলিং প্ৰশিক্ষক পদত জাহিৰ খান অধিষ্ঠিত হয় তেন্তে ৰোহিত বাহিনী যথেষ্ট উপকৃত হ’ব। কিয়নো দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অনুভৱ আছে জাহিৰ খানৰ। তেওঁ বিশ্বৰ প্ৰতিটো প্ৰান্ততে খেলাৰ অনুভৱ আছে।

জাহিৰ খানে ভাৰতৰ হৈ ২০০ খন এদিনীয়াত ২৮২টা উইকেট দখল কৰিছিল। ইয়াৰ উপৰি ৯২খন টেষ্ট মেচত লাভ কৰিছিল ৩১১টা উইকেট। আই পি এলৰ ১০০ খন মেচত দখল কৰিছিল ১০২টা উইকেট।

উল্লেখ্য যে, ভাৰতে আগন্তুক দুবছৰত মুঠ ৫ খন আই চি চি টুৰ্ণামেণ্টছত অংশ ল’ব। ইয়াৰ ভিতৰত আছে চেম্পিয়নছ ট্ৰফী, এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু দুটা টেষ্ট চেম্পিয়নশ্বিপ ট্ৰফী।

জাহিৰ খান টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও অভিষেক নায়াৰ বেটিং প্ৰশিক্ষক পদত অধিষ্ঠিত হোৱাটো প্ৰায় খাটাং হৈ পৰিছে। তেওঁ আই পি এলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ সহকাৰী প্ৰশিক্ষকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Tags: #BCCI#cricketBowling CoachTeam IndiaZaheer Khan

Related Posts

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
Top News

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

November 6, 2025
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য
Top News

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

November 3, 2025
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?
Top News

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?

November 2, 2025
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

November 2, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…
Top News

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025