• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত! নিৰাপত্তাজনিত কাৰণত অস্বীকাৰ BCCI-ৰ

Nation NE by Nation NE
July 11, 2024
in ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত! নিৰাপত্তাজনিত কাৰণত অস্বীকাৰ BCCI-ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৫ বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ নকৰে ভাৰতে। বিচিচিআইৰ এক সূত্ৰত প্ৰকাশ পাইছে এই তথ্য।

নিৰাপত্তাজনিত কাৰণত পাকিস্তানত খেলাৰ পৰা বিৰত থাকিব ভাৰতীয় দলটো। পাকিস্তান ক্ৰিকেট বোৰ্ডে কৰা ঘোষণা অনুসৰি ২০২৫ চনৰ আৰম্ভণিতে লাহোৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী।

ভাৰত আৰু পাকিস্তানকে ধৰি ৮টা দলে চেম্পিয়নছ ট্ৰফী ২০২৫ ত অংশগ্ৰহণ কৰিব। এই ৮ টা দলৰ মাজত অনুষ্ঠিত হ’ব মুঠ ১৫ খন খেল।

পিচিবিয়ে আইচিচিক দাখিল কৰা অনুসূচী অনুসৰি, নিৰাপত্তা আৰু ‘লজিষ্টিক’ কাৰণত ভাৰতৰ মেচবোৰ লাহোৰত অনুষ্ঠিত কৰা হ’ব।

ইফালে, বিচিচিআইৰ সূত্ৰ অনুসৰি, হাইব্ৰিড মডেলৰ অধীনত খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াব।

উল্লেখ্য যে, পাকিস্তানে বিগত বছৰত এছিয়া কাপ হাইব্ৰিড মডেলত আয়োজন কৰিছিল। ইয়াৰ অধীনত ভাৰতৰ বাহিৰে সকলো দল পাকিস্তানত খেলিছিল। ভাৰতে নিৰাপত্তাৰ কথা উল্লেখ কৰি পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰবাবে ভাৰতৰ সকলোবোৰ মেচ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল।

Tags: Champions TrophyICCIndiaPakistan

Related Posts

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026
T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ;  জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…

March 7, 2026
T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

March 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025