• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

ৱেষ্ট ইণ্ডিজতে আৱদ্ধ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দল

২০২৪ ৰ প্ৰথমটো বেৰিল হাৰিকেনৰ ধ্বংসলীলা

Nation NE by Nation NE
July 2, 2024
in ক্ৰীড়া
0 0
ৱেষ্ট ইণ্ডিজতে আৱদ্ধ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দল
Share on FacebookShare on TwitterWhatsApp

স্বদেশলৈ উভতাৰ পূৰ্বে মহাসংকটত টীম-ইণ্ডিয়া। বাৰ্বাডোজৰ হোটেলত বন্দী হৈ থাকিবলগীয়া হৈছে ৰোহিত বাহিনী। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্কবাণীৰ পাছতেই বিপদত পৰিছে ভাৰতীয় ক্ৰিকেট দল।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ফাইনেলৰ পাছতেই কেৰিবিয়ান দ্বীপপুঞ্জত প্ৰকৃতিয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। ভয়ংকৰ গতিবেগেৰে অহা ঘূৰ্ণীবতাহে চলাইছে তীব্ৰ তাণ্ডৱ। হাই-এলাৰ্ট জাৰি কৰিছে ৱেষ্ট ইণ্ডিজৰ কেইবাটাও দ্বীপপুঞ্জত।

নিজৰ বাসগৃহ, হোটেল আদিৰ পৰা ওলাই নাহিবলৈ প্ৰশাসনে জাৰি কৰিছে নিৰ্দশনা। চাৰিওফালে হৈ উঠিছে জৰুৰীকালীন সদৃশ পৰিস্থিতি। প্ৰবল ঘূৰ্ণীবতাহৰ বাবে বাতিল কৰা হৈছে সকলো বিমান। যাৰ বাবে হোটেলৰ কোঠাত আৱদ্ধ হৈ ৰ’ব লগা হৈছে ভাৰতীয় দলটো।

উল্লেখ্য যে বিশ্বকাপৰ ফাইনেল জয়ী হোৱাৰ পিছদিনাই গৃহভূমিলৈ উভতাৰ কথা আছিল ভাৰতীয় ক্ৰিকেট দলটো। কিন্তু বাৰ্বাডোজত প্ৰকৃতিয়ে চলোৱা তাণ্ডৱৰ বাবে বিমানবন্দৰ বন্ধ হৈ পৰাত ভাৰতীয় দলটো হোটলতে আৱদ্ধ থাকিবলগীয়া হৈছে।

পৰিস্থিতি স্বাভাৱিক হ’লেই বিশেষ চাৰ্টাৰ্ড বিমানেৰে ভাৰতীয় ক্ৰিকেট দলটোক স্বদেশলৈ উভতাই অনাৰ চিন্তা-চৰ্চা কৰিছে বিচিচিআইয়ে।

Tags: #BCCI#IndianCricketTeam#T20

Related Posts

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
Top News

November 6, 2025
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

November 3, 2025
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?
Top News

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?

November 2, 2025
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

November 2, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025