Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Language -
অসমীয়া
  • English

Tag: Chhattisgarh

‘ধৰ্ম পৰিৱৰ্তন’ক লৈ হিংসা; ১৩জন আহত, ২০ জনৰো অধিক লোকৰ বিৰুদ্ধে FIR

‘ধৰ্ম পৰিৱৰ্তন’ক লৈ হিংসা; ১৩জন আহত, ২০ জনৰো অধিক লোকৰ বিৰুদ্ধে FIR

ছত্তীশগড়ৰ বিলাসপুৰ জিলাত অনুষ্ঠিত হোৱা এখন প্ৰাৰ্থনা সভাৰ সময়ত ধৰ্ম পৰিৱৰ্তনক লৈ দুটা পক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। ...

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড়ৰ গৰিয়াবন্দত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মাওবাদীৰ শীৰ্ষ নেতা মনোজ ওৰফে বালকৃষ্ণকে ধৰি ...

মাওবাদীৰে ভয়ংকৰ সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ; এই পৰ্যন্ত ৬ জন মাওবাদীৰ মৃত্যু

মাওবাদীৰে ভয়ংকৰ সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ; এই পৰ্যন্ত ৬ জন মাওবাদীৰ মৃত্যু

আজি ছত্তীশগড়ৰ নাৰায়ণপুৰ আৰু দন্তেৱাড়া সীমান্তত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত ৰাতিপুৱাৰে পৰা ভয়ংকৰ সংঘৰ্ষ চলি আছে। এছ টি এফ, ডি ...

পত্নীয়ে কণীৰ আঞ্জা নবনোৱাৰ বাবে স্বামীয়ে নিজৰ সৈতে কৰিলে ভয়ংকৰ ঘটনা

পত্নীয়ে কণীৰ আঞ্জা নবনোৱাৰ বাবে স্বামীয়ে নিজৰ সৈতে কৰিলে ভয়ংকৰ ঘটনা

আৰ্থিক সংকট, প্ৰেমজনিত কাৰণ অথবা অন্য কিবা কাৰণত বিতুষ্ট হৈ কোনো ব্যক্তিয়ে আত্মহত্যা কৰাৰ খবৰ আপুনি বহুবাৰ লাভ কৰিছে। কিন্তু ...

এগৰাকী মহিলাই নিজৰ ইচ্ছা অনুসৰি বিবাহিত পুৰুষৰ সৈতে লিভ ইনত থাকিব পাৰে! উচ্চ ন্যায়ালয়ে কয়- ‘এনে কোনো আইন নাই…’

এগৰাকী মহিলাই নিজৰ ইচ্ছা অনুসৰি বিবাহিত পুৰুষৰ সৈতে লিভ ইনত থাকিব পাৰে! উচ্চ ন্যায়ালয়ে কয়- ‘এনে কোনো আইন নাই…’

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, এগৰাকী মহিলাই নিজৰ ইচ্ছামতে বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে। ইতিমধ্যে বিয়া হোৱা পুৰুষৰ ...

স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু

স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু

স্বাধীনতা দিৱসৰ দিনটোতেই ছত্তীশগড়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক ...

সুৰা কেলেংকাৰী গোচৰত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ ইডিৰ

সুৰা কেলেংকাৰী গোচৰত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ ইডিৰ

৩২০০ কোটি টকা সুৰা কেলেংকাৰী গোচৰত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেশ বাঘেলৰ বাসগৃহত আজি পুনৰ প্ৰৱৰ্তন সঞ্চালকালয়ে ...

দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ

দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ

ছত্তীশগড়ত হোৱা সুৰা কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা প্ৰৱৰ্তন সঞ্চালকালয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি সুকমা জিলাস্থিত কংগ্ৰেছৰ কাৰ্যালয় ছীল কৰি ...

আমি আমাৰ সেনাক লৈ গৌৰৱ অনুভৱ কৰিছো : নৰেন্দ্ৰ মোদী

আমি আমাৰ সেনাক লৈ গৌৰৱ অনুভৱ কৰিছো : নৰেন্দ্ৰ মোদী

ছত্তীশগড়ৰ নাৰায়ণপুৰ-বিজাপুৰ-দন্তেৱাড়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ২৭জন মাওবাদীক নিহত কৰিছে। ২১ মে’ অৰ্থাত বুধবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষী বিষয়াসকলে। ...

ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক

ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক

১১ এপ্ৰিলত নিশা প্ৰায় ১২.১৫ বজাত ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ-বালোদাবজাৰ সংলগ্ন মূল পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।এই দুৰ্ঘটনাত ১৪ জন ...

Page 1 of 3 1 2 3

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist