Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Language -
অসমীয়া
  • English

Tag: Healthy life

মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ কাম আৰু ব্যক্তিগত জীৱনৰ মাজত ৰক্ষা কৰক ভাৰসাম্যতা

মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ কাম আৰু ব্যক্তিগত জীৱনৰ মাজত ৰক্ষা কৰক ভাৰসাম্যতা

বৰ্তমান সময়ত সকলোৱে নিজৰ কাম আৰু জীৱনত অতি ব্যস্ত হৈ থাকে। বহুসময়ত মানুহে নিজৰ বাবেও সময় উলিয়াব নোৱাৰে। যাৰ বাবে ...

উৎকট গৰমে দহিছে ৰাজ্যৱাসীক! গৰমৰ পৰা হাত সাৰিবলৈ দৈনিক গ্ৰহণ কৰক পানী

উৎকট গৰমে দহিছে ৰাজ্যৱাসীক! গৰমৰ পৰা হাত সাৰিবলৈ দৈনিক গ্ৰহণ কৰক পানী

“পানীয়ং প্ৰাণীনাং প্ৰাণা, বিশ্বমেৱ চ তন্ময়ম্। ন হি তোয়াদ্ধিনা বৃত্তি:, স্বস্থস্য ব্যাধিতস্য ৱা।।” পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। আমাৰ পৃথিৱীখন পানীৰে ...

লিভাৰ চিৰোচিছ কিয় হয়, আৰম্ভণিতে ইয়াৰ লক্ষণবোৰ কেনেদৰে চিনাক্ত কৰিব পাৰিব?

লিভাৰ চিৰোচিছ কিয় হয়, আৰম্ভণিতে ইয়াৰ লক্ষণবোৰ কেনেদৰে চিনাক্ত কৰিব পাৰিব?

বৰ্তমান সময়ত ফেটি লিভাৰ এক সাধাৰণ ৰোগ হৈ পৰিছে। কিন্তু যদি ইয়াক সঠিক সময়ত চিনাক্ত কৰা নহয় আৰু চিকিৎসা কৰা ...

কেৱল ডেংগুৱেই নহয়, এইবাৰ চিকুনগুনিয়া,  কি হয় এই জ্বৰৰ লক্ষণ?

কেৱল ডেংগুৱেই নহয়, এইবাৰ চিকুনগুনিয়া, কি হয় এই জ্বৰৰ লক্ষণ?

ডেংগুৰ পিছত, সমগ্ৰ দেশতে চিকুনগুনিয়াৰ ঘটনাও দ্ৰুতগতিত বৃদ্ধি পাইছে। দিল্লী, এনচিআৰকে ধৰি দেশৰ আন কিছুমান ৰাজ্যৰ পৰাও চিকুনগুনিয়াৰ ঘটনা পোহৰলৈ ...

সুখবৰ! অচিৰেই হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য

সুখবৰ! অচিৰেই হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে, এতিয়াৰে পৰা দেশত অতি সোনকালে কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পাব।সোমবাৰে নতুন দিল্লীত জিএছটি ...

মাংকিপক্স কি, ক’ৰ পৰা উৎপত্তি হৈছিল মাংকিপক্সৰ, ইয়াৰ পৰা বিপদৰ আশংকা কি আৰু ইয়াৰ লক্ষণবোৰ কি?

মাংকিপক্স কি, ক’ৰ পৰা উৎপত্তি হৈছিল মাংকিপক্সৰ, ইয়াৰ পৰা বিপদৰ আশংকা কি আৰু ইয়াৰ লক্ষণবোৰ কি?

ভাৰতত মাংকিপক্স বা এমপক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, বিদেশৰ পৰা উভতি ...

১ ঘণ্টাৰ এই তেজ পৰীক্ষাই চিনাক্ত কৰিব পাৰে মস্তিষ্কৰ কৰ্কট ৰোগ, জানক সবিশেষ

১ ঘণ্টাৰ এই তেজ পৰীক্ষাই চিনাক্ত কৰিব পাৰে মস্তিষ্কৰ কৰ্কট ৰোগ, জানক সবিশেষ

কৰ্কট হৈছে অতি গুৰুত্বৰ ৰোগ, যি ৰোগ বেছিভাগ ক্ষেত্ৰত অতি শেষ পৰ্যায়তহে ধৰা পৰে। যিয়ে ৰোগী এগৰাকীৰ জীৱনক ভাবুকি প্ৰদান ...

ভাৰতত উদ্ভাৱন কৰা চকুৰ ড্ৰপেৰে প্ৰেসবায়োপিয়াৰ চিকিৎসা সম্ভৱনে?

ভাৰতত উদ্ভাৱন কৰা চকুৰ ড্ৰপেৰে প্ৰেসবায়োপিয়াৰ চিকিৎসা সম্ভৱনে?

শেহতীয়াকৈ, মুম্বাইস্থিত ফাৰ্মা কোম্পানী এটাই চকুৰ ৰোগ প্ৰেসবায়োপিয়াৰ চিকিৎসাৰ বাবে চকুৰ এক দৰৱ উদ্ভাৱন কৰিছে। এই আইড্ৰপটোৱে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ...

শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে কি হ’ব পাৰে ?

শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে কি হ’ব পাৰে ?

ক্ৰিয়েটিনিন বৃদ্ধি পোৱা মানেই মানৱ শৰীৰৰ বাবে এক চিন্তাৰ বিষয়। বৃক্কৰ ওপৰত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰে। চিকিৎসা বিশেষজ্ঞ সকলৰ মতে ...

Page 10 of 11 1 9 10 11

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist