• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুখবৰ! অচিৰেই হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য

Nation NE by Nation NE
September 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সুখবৰ! অচিৰেই হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ মূল্য
Share on FacebookShare on TwitterWhatsApp

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে, এতিয়াৰে পৰা দেশত অতি সোনকালে কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পাব।সোমবাৰে নতুন দিল্লীত জিএছটি পৰিষদৰ ৫৪ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত কৰ্কট ৰোগৰ ঔষধৰ ওপৰত জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰিও আন বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো বৈঠকত আলোচনা কৰা হয়।এই বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এতিয়াৰে পৰা দেশত কৰ্কট ৰোগৰ ঔষধ মূল্য হ্ৰাস হ’ব।

কৰ্কট ৰোগৰ ঔষধৰ ১২ শতাংশ জিএছটিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত কেন্সাৰ ঔষধৰ দাম দ্ৰুতগতিত হ্ৰাস পাব বুলি আশা কৰা হৈছে।

জিএছটি কাউন্সিলৰ এই বৈঠকত বিত্তমন্ত্ৰীয়ে কয় যে, প্ৰায়বোৰ ৰাজ্যই স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ জিএছটিৰ হাৰ হ্ৰাস কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিহাৰৰ বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত নতুনকৈ মন্ত্ৰী গোট গঠন কৰা হৈছে। অক্টোবৰ মাহত ইয়াৰ প্ৰতিবেদন দাখিল কৰা হ’ব আৰু তাৰ পিছত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পৰিষদৰ বৈঠকত ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

দেশত জিএছটি ব্যৱস্থা ৰূপায়ণৰ সময়তে গঠন কৰা হৈছিল জিএছটি কাউন্সিল। এই পৰিষদৰ অধ্যক্ষতা কৰে দেশৰ বিত্তমন্ত্ৰীয়ে। যিহেতু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী বা তেওঁলোকৰ প্ৰতিনিধিয়েই এই কাউন্সিলৰ সদস্য। গতিকে এই পৰিষদে জিএছটিৰ সৈতে জড়িত সকলোধৰণৰ সিদ্ধান্তই গ্ৰহণ কৰে।

Tags: Cancer diseaseHealthy lifeMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025