Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Language -
অসমীয়া
  • English

Tag: T-20

ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ দল ঘোষণা, দীৰ্ঘদিনৰ মূৰত প্ৰত্যাৱৰ্তন ঘটিল এইগৰাকী তাৰকা বলাৰৰ

ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ দল ঘোষণা, দীৰ্ঘদিনৰ মূৰত প্ৰত্যাৱৰ্তন ঘটিল এইগৰাকী তাৰকা বলাৰৰ

ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়াৰ দল। দীৰ্ঘদিনৰ মূৰত এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন ঘটিল মিচেল ষ্টাৰ্কৰ। ...

কোহলী-সূৰ্যকুমাৰক অতিক্ৰম কৰি অভিষেক শৰ্মাই ৰচিলে ইতিহাস

কোহলী-সূৰ্যকুমাৰক অতিক্ৰম কৰি অভিষেক শৰ্মাই ৰচিলে ইতিহাস

এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় টি-২০ দলৰ অপেনাৰ বেটাৰ অভিষেক শৰ্মাই ৰচিলে এক অভিলেখ। বুধবাৰে প্ৰকাশিত আই চি চি ...

ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি নেপাল ক্ৰিকেট দলে ৰচিলে ইতিহাস

ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি নেপাল ক্ৰিকেট দলে ৰচিলে ইতিহাস

নেপাল ক্ৰিকেটৰ বাবে ২৯ ছেপ্তেম্বৰৰ দিনটো হৈ ৰ’ব ঐতিহাসিক। শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত দুবাৰৰ টি-২০ ...

টি-২০ ক্ৰিকেটত আন এক অভিলেখৰ গৰাকী হ’ল ৰাছিদ খান

টি-২০ ক্ৰিকেটত আন এক অভিলেখৰ গৰাকী হ’ল ৰাছিদ খান

আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰাছিদ খানে ৰচিলে ইতিহাস। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ শীৰ্ষ স্থানত উপনীত হ’ল ...

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা; ৰিয়ানৰ লগতে কেইবাগৰাকীও তাৰকাই নাপালে স্থান

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা; ৰিয়ানৰ লগতে কেইবাগৰাকীও তাৰকাই নাপালে স্থান

এছিয়া কাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় ক্ৰিকেট দল। ১৫ জনীয়া সদস্যৰে গঠিত ভাৰতীয় দলটোত উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ...

শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জগতৰ পৰা আহিছে এটা ডাঙৰ খবৰ। বাংলাদেশ ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখন মেচৰ টি-২০ শৃংখলাত ২-১ ব্যৱধানত ...

স্মৃতি মান্ধানাই ৰচিলে ইতিহাস; মহিলা এদিনীয়া ক্ৰিকেটত গঢ়িলে কেইবাটাও অভিলেখ

ইংৰাজৰ ভূমিত স্মৃতি মান্ধানাৰ বিস্ফোৰক শতকীয় ইনিংছ

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় মহিলা দলৰ অধিনায়ক স্মৃতি মান্ধনাই বিস্ফোৰক শতকীয় ইনিংছ খেলে। এই ইনিংছৰ জৰিয়তে তেওঁ ...

টি-২০ত ইংলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰ ৰচিলে ইতিহাস; ভংগ হ’ল ৰোহিত শৰ্মাৰ অভিলেখ

টি-২০ত ইংলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰ ৰচিলে ইতিহাস; ভংগ হ’ল ৰোহিত শৰ্মাৰ অভিলেখ

পাকিস্তান ছুপাৰ লীগত ইংলেণ্ডৰ ক্ৰিকেটাৰ জেমছ ভিন্সে গঢ়িলে এক বিশেষ কৃতিত্ব। পি এছ এলৰ ২৭ সংখ্যক মেচত ভিন্সে পেছাৱৰ জালমীৰ ...

দুৰ্দান্ত ফৰ্মত থকা ছাই সুদৰ্শনে টি-২০ ক্ৰিকেটত ৰচিলে বিশ্ব অভিলেখ

দুৰ্দান্ত ফৰ্মত থকা ছাই সুদৰ্শনে টি-২০ ক্ৰিকেটত ৰচিলে বিশ্ব অভিলেখ

দুৰ্দান্ত ফৰ্মত থকা গুজৰাট টাইটানছ দলৰ অপেনাৰ ছাই সুদৰ্শনৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ। ২ মাৰ্চ অৰ্থাত শুকুৰবাৰে ছানৰাইজাৰ্ছ ...

দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অভিষেক; গঢ়িলে কেইবাটাও অভিলেখ

দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অভিষেক; গঢ়িলে কেইবাটাও অভিলেখ

চলিত আই পি এল ছিজনৰ ২৭ সংখ্যক মেচখন শনিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছৰ মাজত ...

Page 1 of 2 1 2

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist