• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টি-২০ত ইংলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰ ৰচিলে ইতিহাস; ভংগ হ’ল ৰোহিত শৰ্মাৰ অভিলেখ

Nation NE by Nation NE
May 18, 2025
in Top News, ক্ৰীড়া
0 0
টি-২০ত ইংলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰ ৰচিলে ইতিহাস; ভংগ হ’ল ৰোহিত শৰ্মাৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান ছুপাৰ লীগত ইংলেণ্ডৰ ক্ৰিকেটাৰ জেমছ ভিন্সে গঢ়িলে এক বিশেষ কৃতিত্ব। পি এছ এলৰ ২৭ সংখ্যক মেচত ভিন্সে পেছাৱৰ জালমীৰ বিৰুদ্ধে খেলে ৭২ ৰানৰ বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ। এই ইনিংছটোৰ জৰিয়তে ভিন্সে টি-২০ ক্ৰিকেটত গঢ়িবলৈ সক্ষম হয় এক বিশেষ অভিলেখ।

টি-২০ ক্ৰিকেটত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ নৱমগৰাকী ক্ৰিকেটাৰত পৰিণত হৈছে ভিন্স। ইয়াৰ উপৰি সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে ভাৰতীয় তাৰকা ৰোহিত শৰ্মাক।

ভিন্সে ৪১৬টা ইনিংছত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ৰোহিত শৰ্মাই এই মাইলষ্ট’নত উপনীত হ’বলৈ প্ৰয়োজন হৈছিল ৪৪৬টা ইনিংছৰ।

ইফালে টি-২০ সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভিন্স বিশ্বৰ পঞ্চমগৰাকী আৰু ইংলেণ্ডৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হয়।

টি-২০ত সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ অভিলেখ আছে ক্ৰিছ গেইলৰ নামত। গেইলে মাত্ৰ ৩৪৩টা ইনিংছতেই সম্পূৰ্ণ কৰিছিল ১২ হাজাৰ ৰান। আনহাতে ইংলেণ্ডৰ হৈ সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ অভিলেখ আছে জছ বাটলাৰৰ নামত। বাটলাৰে ৪০৫টা ইনিংছত সম্পূৰ্ণ কৰিছিল ১২ হাজাৰ ৰান।

টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত ১২০০০ ৰান সম্পূৰ্ণ কৰা ক্ৰিকেটাৰ

ক্ৰিছ গেইল – ৩৪৩ ইনিংছ

বিৰাট কোহলী – ৩৬০ ইনিংছ

ডেভিড ৱাৰ্নাৰ – ৩৬৮ ইনিংছ

জছ বাটলাৰ – ৪০৫ ইনিংছ

জেমছ ভিন্স (৪১৬ ইনিংছ)

টি-২০ত সৰ্বাধিক ৰান

১৪,৫৬২ – ক্ৰিছ গেইল (৪৫৫ ইনিংছ)

১৩,৬১০ – এলেক্স হেলছ (৪৯০ ইনিংছ)

১৩,৫৭১ – শ্বোয়াইব মালিক (৫১৫ ইনিংছ)

১৩,৫৩৭ – কায়ৰন পোলাৰ্ড (৬১৭ ইনিংছ)

১৩,৩৯১ – বিৰাট কোহলি (৩৯৩ ইনিংছ)

Tags: James VincePSLRohit SharmaT-20

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025