Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Language -
অসমীয়া
  • English

Tag: Team India

বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ ভাৰতৰ

কাউণ্টডাউন ষ্টাৰ্ট! আজি ডুবাইত খিতাপ জয়ৰ লক্ষ্যৰে কিৱিবাহিনীৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য ৰোহিত বিগ্ৰেড

আজি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে এই খেলখনৰ ওপৰত চকু। ...

ভাৰত আৰু নিউজিলেণ্ডৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল বাতিল হ’লে চেম্পিয়ন কোন হ’ব?

ভাৰত আৰু নিউজিলেণ্ডৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল বাতিল হ’লে চেম্পিয়ন কোন হ’ব?

চেম্পিয়নছ ট্ৰফী ২০২৫ অৰ্থাৎ ফাইনেলখন ৯ মাৰ্চত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মুখামুখি ...

আজি কেংগাৰুবাহিনীৰ বিৰুদ্ধে টীম ইণ্ডিয়া, ২:৩০ বজাৰ পৰা আৰম্ভ মেচ

আজি কেংগাৰুবাহিনীৰ বিৰুদ্ধে টীম ইণ্ডিয়া, ২:৩০ বজাৰ পৰা আৰম্ভ মেচ

আজি অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল। এই খেলখনত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলৰ মাজত ...

বিবাহ বিচ্ছেদৰ পিছত পত্নীলৈ ৬০ কোটি ক্ৰিকেটাৰৰ!

বিবাহ বিচ্ছেদৰ পিছত পত্নীলৈ ৬০ কোটি ক্ৰিকেটাৰৰ!

কিছুদিন পূৰ্বে ইউটিউবাৰ ধনশ্ৰী আৰু যুজবেন্দ্ৰ চাহালৰ মাজৰ সম্পৰ্কত যথেষ্ট অৱনতি ঘটা বুলি খবৰ ওলাইছিল। খবৰ অনুসৰি, বিবাহ বিচ্ছেদৰ পিছত ...

মাজনিশা মহাকুম্ভত মহাস্নান টীম ইণ্ডিয়াৰ এইগৰাকী খেলুৱৈৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল ছবি

মাজনিশা মহাকুম্ভত মহাস্নান টীম ইণ্ডিয়াৰ এইগৰাকী খেলুৱৈৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল ছবি

ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। ইয়াৰ মাজতে ইণ্ডিয়া টীমৰ এগৰাকী খেলুৱৈ হঠাতে উপস্থিত হয় সংগম ...

উন্মাদনা! মিনিটতে শেষ ভাৰত-পাকিস্তানৰ মাজৰ খেলৰ টিকট

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সৈতে জড়িত ICC ৰ ডাঙৰ বিতৰ্ক…

আৰম্ভ হৈছে ICC চেম্পিয়নছ ট্ৰফী ২০২৫ৰ কাউণ্টডাউন। এতিয়া এই প্ৰতিযোগিতা আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। পিছে মিনি ৱৰ্ল্ডকাপ ...

নিজৰ কেৰিয়াৰৰ শেষখন ছিৰিজত ৰোহিত শৰ্মা! অনুৰাগী সাক্ষী হ’ব এই ঐতিহাসিক মুহূৰ্তৰ

নিজৰ কেৰিয়াৰৰ শেষখন ছিৰিজত ৰোহিত শৰ্মা! অনুৰাগী সাক্ষী হ’ব এই ঐতিহাসিক মুহূৰ্তৰ

বৃহস্পতিবাৰে অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল। এই খেলখনৰ পূৰ্বে নাগপুৰত সংবাদমেল অনুষ্ঠিত ...

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ সকলো অনুৰাগীৰ বাবে আহিছে এক হৃদয় বিদাৰক খবৰ

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ সকলো অনুৰাগীৰ বাবে আহিছে এক হৃদয় বিদাৰক খবৰ

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে প্ৰস্তুতিৰ টীম ইণ্ডিয়াই ৬ ফেব্ৰুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৩খন এদিনীয়া শৃংখলা খেলিব। এই শৃংখলাৰ প্ৰথমখন খেল ...

বিবাহৰ ২০ বছৰৰ অন্তত আউল লাগিব নেকি এই ক্ৰিকেটাৰৰ সংসাৰত?

বিবাহৰ ২০ বছৰৰ অন্তত আউল লাগিব নেকি এই ক্ৰিকেটাৰৰ সংসাৰত?

ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্ব দিগ্গজ খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে জড়িত এক আচৰিত খবৰ পোহৰলৈ আহিছে। যি খবৰে খলকনি লগাইছে দৰ্শকৰ ...

কেৱল বিৰাট কোহলী-ৰোহিত শৰ্মায়েই নহয়, এই ৫ খেলুৱৈ থাকিব টীম ইণ্ডিয়াৰ বাহিৰত!

BCCI ৰ কঠোৰ পদক্ষেপ, মানি নচনিলে ভোগ কৰিবলগীয়া হ’ব পাৰে এই শাস্তি!

ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত বিচিচিআই একচন মোডত আহিছে  আৰু নতুন নীতি ৰূপায়ণ কৰিছে। বিচিচিআয়ে দলটোক দলটোক পুনৰ শুদ্ধ পথলৈ ...

Page 2 of 5 1 2 3 5

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist