• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ সকলো অনুৰাগীৰ বাবে আহিছে এক হৃদয় বিদাৰক খবৰ

Nation NE by Nation NE
February 5, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ সকলো অনুৰাগীৰ বাবে আহিছে এক হৃদয় বিদাৰক খবৰ
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে প্ৰস্তুতিৰ টীম ইণ্ডিয়াই ৬ ফেব্ৰুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৩খন এদিনীয়া শৃংখলা খেলিব। এই শৃংখলাৰ প্ৰথমখন খেল নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

এই মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ দলত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। এদিনীয়া দলত প্ৰৱেশ কৰিছে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে। শেহতীয়াকৈ তেওঁ টি-২০ ছিৰিজত বিজয়ী প্ৰদৰ্শন আগবঢ়াইছিল। এনে পৰিস্থিতিত তেওঁৰ ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু বেগী বলাৰ যশপ্ৰিত বুমৰাহৰ নাম এই দলত অন্তৰ্ভুক্ত নহয়।

আচলতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ শেষৰখন মেচত যশপ্ৰীত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল, তাৰ পিছত তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছিল। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত বুমৰাহক দেখা পোৱা যাব বুলি বিশ্বাস কৰা হৈছিল।

কিন্তু এদিনীয়া ধাৰাবাহিক সন্দৰ্ভত বিচিচিআইয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটোত বুমৰাহৰ নাম নাই। ফিটনেছৰ বিষয় হিচাপেও বুমৰাহৰ নাম টীম ইণ্ডিয়াৰ দলত অন্তৰ্ভুক্ত হোৱা নাই। অৰ্থাৎ তেওঁ এদিনীয়া শৃংখলাত খেলিব নোৱাৰিব।

টীম ইণ্ডিয়াৰ ঘোষণাৰ সময়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰেও সংবাদমেলত বুমৰাহৰ ওপৰত এক ডাঙৰ আপডেট দিছে। অজিত আগৰকাৰে কয় যে, বুমৰাহক ৫ সপ্তাহৰ বাবে জিৰণি ল’বলৈ কোৱা হৈছে আৰু ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়া খেলত তেওঁ অন্তৰ্ভূক্ত হ’ব নোৱাৰিৱ। অৰ্থাৎ যদি সকলো ঠিকে থাকে তেন্তে বুমৰাহক ছিৰিজৰ শেষৰখন মেচত দেখা যাব।

দীৰ্ঘদিন ধৰি পিঠিৰ আঘাতত ভুগি আছে যশপ্ৰীত বুমৰাহ। এইবাৰো পিঠিৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত। একে সময়তে চেম্পিয়নছ ট্ৰফী সমাগত। এনে পৰিস্থিতিত বুমৰাহৰ আঘাতৰ কোনো আপডেটেই টীম ইণ্ডিয়াৰ উত্তেজনা বৃদ্ধি কৰিব নোৱাৰে। আনহাতে, আঘাতৰ পৰা আৰোগ্য লাভ কৰি শ্বামীয়েও শেহতীয়াকৈ টীম ইণ্ডিয়ালৈ উভতি আহিছে।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025