• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপৰ দুমুখীয়া চৰিত্ৰৰ বিৰুদ্ধে দিল্লীবাসীৰ ঐতিহাসিক ৰায়দান : দিলীপ শইকীয়া

দিল্লীবাসীয়ে ভ্ৰষ্টাচাৰত নিমজ্জিত দলক শাসনৰ পৰা বিতাড়িত কৰিলে : দিলীপ শইকীয়া

Nation NE by Nation NE
February 8, 2025
in Top News, অসম, ৰাজনীতি
0 0
সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা-বিশ্বাস ৰাখি দিল্লীবাসীয়ে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে ভোটাৰ ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো। এই চেগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ।

দিল্লীত দলৰ অভূতপূৰ্ব বিজয়ৰ পিছত দিয়া এক বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতিজনে কয় যে এইবাৰ দিল্লীৰ জনতাই নিৰ্বাচনত আম আদমী পাৰ্টিৰ দুমুখীয়া চৰিত্ৰক সমুলাঞ্চে প্ৰত্যাখ্যান কৰিলে।

শইকীয়াই পুনৰ কয় যে সততে দুৰ্নীতি বিৰোধী কথা কোৱা কেজৰিৱালৰ চৰকাৰৰ কেবাজনো মন্ত্ৰী দুৰ্নীতিত লুটুৰি-পুটুৰি হৈ জে’লৰ ভাত খাবলগীয়া হোৱাত আপৰ মুখা সোলকি পৰে। বিয়াগোম সুৰা কেলেংকাৰীত কেজৰিৱালৰ কেবাজনো মন্ত্ৰী-সাংসদ জড়িত হোৱাত আপ চৰকাৰখনে যে দুৰ্নীতি-ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় দিছিল সেয়া স্পষ্ট হৈ পৰে।

দিল্লীৰ জনতাই এনেকুৱা ভ্ৰষ্টাচাৰত নিমজ্জিত দলক শাসনৰ পৰা বিতাড়িত কৰিলে বুলিও সভাপতি শইকীয়াই মন্তব্য কৰে।

শইকীয়াই পুনৰ কয় যে সমান্তৰালভাৱে দিল্লীৰ জনতাই দেশৰ বিকাশক সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আস্থা আৰু বিশ্বাস স্থাপন কৰাটো আছিল সময়ৰ আহ্বান। দিল্লীৰ বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ যে বিকল্প নাছিল সেয়া দিল্লীৰ জনতাই ভালধৰণে বুজি পাইছে।

কংগ্ৰেছ দল সম্পৰ্কেও মন্তব্য কৰি সভাপতি শইকীয়াই কয় যে বিজেপিৰ বিকল্প কংগ্ৰেছ কেতিয়াও হ’ব নোৱাৰে সেয়া দিল্লীত পুনৰবাৰ ভোটাৰ ৰাইজে প্ৰমাণ কৰি দিলে। কংগ্ৰেছৰ প্ৰতি থকা আস্থাহীনতা প্ৰকাশ কৰি দলটোক সমুলাঞ্চে প্ৰত্যাখ্যান কৰাটো দিল্লীৰ নিৰ্বাচনৰ আছিল অন্য এক তাৎপৰ্যপূৰ্ণ দিশ।

Tags: #AAPBJPDelhi Assembly ElectionDilip Saikia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025