• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমি সংঘাত নহয়, সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া উচিত : চীনা প্ৰতিৰক্ষা মন্ত্ৰীক ক’লে ৰাজনাথ সিঙে

Nation NE by Nation NE
November 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
আমি সংঘাত নহয়, সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া উচিত : চীনা প্ৰতিৰক্ষা মন্ত্ৰীক ক’লে ৰাজনাথ সিঙে
Share on FacebookShare on TwitterWhatsApp

এখনৰ পিছত আন এখন বৈঠকত মিলিত হৈছে ভাৰত আৰু চীন। প্ৰধানমন্ত্ৰী মোদী, বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ পিছত এইবাৰ চীনৰ সৈতে বৈঠকত মিলিত হ’ল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

প্ৰতিৰক্ষা মন্ত্ৰী এডমিৰেল ডং জুন আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত এই বৈঠক লাওছৰ ভিয়েন্টিয়ানত অনুষ্ঠিত একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক-প্লাছ (এডিএমএম-প্লাছ)ৰ সময়ত হৈছিল।

শেহতীয়াকৈ দুয়োখন দেশৰ মাজত সামৰিক প্ৰত্যাহাৰ আৰু লাডাখ অঞ্চলত উত্তেজনা হ্ৰাস কৰাৰ চুক্তিৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাকে ধৰি আন বহু বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।

বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰে যে ভাৰত আৰু চীনৰ দৰে বিশাল দেশৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক কেৱল এছিয়াৰ বাবেই নহয়, বিশ্ব শান্তি আৰু সমৃদ্ধিৰ বাবেও গুৰুত্বপূৰ্ণ। লগতে তেওঁ কয়, ‘আমি সংঘাত নহয়, সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া উচিত।’

ইফালে ২০২০ চনত সীমান্তত ভাৰত আৰু চীনৰ মাজত ৰক্তাক্ত সংঘৰ্ষ হৈছিল, সেই ঘটনা যাতে ভৱিষ্যতে নহয় তাৰ ওপৰতো দুয়োখন দেশ সহমতত উপনীত হয়।

Tags: Admiral Dong JunChinaIndiaRajnath Singh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025