• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩০ দিন জিম্মাত থাকিলেই প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে হেৰুৱাব চকী; লোকসভাত উত্থাপন বিধেয়ক

Nation NE by Nation NE
August 20, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
৩০ দিন জিম্মাত থাকিলেই প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে হেৰুৱাব চকী; লোকসভাত উত্থাপন বিধেয়ক
Share on FacebookShare on TwitterWhatsApp

আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে।  এই বিধেয়ককেইখন হৈছে সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়ক, জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৫ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৫।

বিধেয়ককেইখনত কোৱা হৈছে যে অভিযুক্ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিন জিম্মাত ৰাখিব পাৰিব। আৰু অভিযোগ প্ৰমাণ হ’লে কাৰাবাসৰ দৰে শাস্তিও ভোগ কৰিব লাগিব।

পাঁচ বছৰ বা তাতোতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধ সংঘটিত কৰিলে তেওঁলোকক ৩১ দিনৰ ভিতৰত পদৰ পৰা অপসাৰণ কৰিব পাৰিব। অৱশ্যে বিধেয়ককেইখনত কোৱা হৈছে যে পৰৱৰ্তী সময়ত জিম্মাৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকক পুনৰ নিযুক্তি দিবও পাৰিব।

অৱশ্যে এই বিধেয়ক কেইখন আজি গৃহীত কৰা নহয়। এই তিনিওখন বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, এই পৰ্যন্ত চলি থকা নিয়ম অনুসৰি যদি কোনো মুখ্যমন্ত্ৰী বা মন্ত্ৰী গ্ৰেপ্তাৰ হয় বা তাৰ পিছত কাৰাবাস খাটিবলগীয়া হয় তেন্তে পদত্যাগ কৰাৰ কোনো ব্যৱস্থা নাই।

সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়ক : কাৰ ক্ষেত্ৰত হ’ব প্ৰযোজ্য

প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী (গ্ৰেপ্তাৰৰ পিছত পদৰ পৰা অপসাৰণ)

অপসাৰণৰ চৰ্ত

৫ বছৰ বা তাতোকৈ অধিক সময়ৰ বাবে কাৰাবাসৰ সন্মুখীন হ’বলগীয়া অপৰাধৰ বাবে ৩০ দিন আৰক্ষীৰ জিম্মাত থকাসকলক পদৰ পৰা অপসাৰণ

পূৰ্বৰ নিয়ম

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰী গ্ৰেপ্তাৰ হ’লে পদত্যাগ কৰাৰ কোনো নিয়ম নাই

আইন প্ৰণয়ন হ’লে কি হ’ব?

যদি কোনো ব্যক্তি ৫ বছৰ বা তাতকৈ অধিক অপৰাধৰ বাবে ৩০ দিন জিম্মাত থাকে তেন্তে ৩১ নম্বৰ দিনটোত পদত্যাগ কৰিব লাগিব

কোনবোৰ অনুচ্ছেদত সংশোধন

অনুচ্ছেদ ৭৫ – প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ নিযুক্তি

অনুচ্ছেদ ১৬৪ – মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ নিযুক্তি

অনুচ্ছেদ ২৩৯AA – দিল্লীৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ

সংবিধান (১৩০ সংখ্যক সংশোধনী) বিধেয়কৰ প্ৰয়োজন

কেজৰিৱাল গোচৰ – ১৫৬ দিন কাৰাগাৰত থকাৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা

সেন্থিল গোচৰ – তামিলনাডুৰ মন্ত্ৰী সেনথিল বালাজীয়ে গ্ৰেপ্তাৰ হোৱাৰ পিছতো ৮ মাহ ধৰি পদত্যাগ কৰা নাছিল

Tags: Amit ShahChief ministerConstitutional Amendment BillLok SabhaPrime Minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025