• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ১৫টা গুৰুত্বপূৰ্ণ প্ৰশ্ন

Nation NE by Nation NE
September 12, 2024
in Top News, অসম, উত্তৰ পূৱ
0 0
৩য় আৰু ৪ৰ্থ বৰ্গৰ চৰকাৰী নিযুক্তিৰ বাবে ১৫টা সাম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১. অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উ :ভট্টদেৱে।

২. জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উঃ অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ-মিলানে।

৩. আজানপীৰ কোন?
উঃ এজন চুফী সাধক। তেওঁ অসমত প্রচলিত জিকিৰ ৰচনা কৰিছিল।

৪. আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?

উ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত।

৫. দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উ : খ্রীষ্টিয় ষষ্ঠ শতিকাত।

৬. অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উঃ (ক)মহাভাৰত

(খ) কালিকা পুৰাণ

(গ) যোগিনী তন্ত্র।

৭. আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উ : (ক) দেওধাই বুৰঞ্জী

(খ) তুংখুঙ্গীয়া বুৰঞ্জী

৮. উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক নৃ-গোষ্ঠীৰ অন্তর্ভূক্ত জনজাতিটো কি?
উঃ মেঘালয়ৰ খাছীয়া লোকসকল।

৯.‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসব

উঃ মিজো

১০.বিহু উৎসৱ আৰ্যমূলীয় নে জনজাতিমূলীয়?

উঃ জনজাতিমূলীয়।

১১. ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উঃ (ক)হস্তিবিদ্যাৰ্ণৱ

(খ)চিত্র ভাগৱত

১২.ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উঃ (ক) সুন্নী ওজাপালি

(খ) ব্যাসৰ ওজাপালি।

১৩.মধ্যযুগৰ অসমৰ অন্যতম সাংস্কৃতিক বৈশিষ্ট্য কি?

উঃ বুৰঞ্জী সাহিত্যৰ সৃষ্টি।

১৪. অসমলৈ প্ৰব্ৰজিত নৃ-গোষ্ঠীকেইটাৰ ভিতৰত কোনটো নৃগোষ্ঠীক সর্বপ্রথম বুলিব পাৰি?

উঃ প্ৰট-অষ্ট্ৰলয়ড গোষ্ঠী।

১৫। অসমৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ প্ৰধান ভাগ দুটা কি কি?

উঃ (ক)শাক্ত

(খ বৈষ্ণৱ

Tags: 3rd-4th GradeAssam GovernmentDirect Recruitment

Related Posts

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026

শীৰ্ষ সংবাদ

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025