• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ সংঘৰ্ষ! পথ দুৰ্ঘটনাত ৫জন MBBS ছাত্ৰৰ মৃত্যু

Nation NE by Nation NE
December 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ সংঘৰ্ষ! পথ দুৰ্ঘটনাত ৫জন MBBS ছাত্ৰৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা অনুসৰি সোমবাৰে নিশা এখন চৰকাৰী যাত্ৰীবাহী বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত চিকিৎসা বিজ্ঞানৰ পাঁচগৰাকী শিক্ষাৰ্থীৰ থিতাতে মৃত্যু হয়।

কেৰালাৰ আলাপ্পুঝা জিলাত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটোত ৫ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে আন দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

নিশা প্ৰায় ৯ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত পতিত হোৱা শিক্ষাৰ্থী কেইজন টি ডি মেডিকেল কলেজৰ। শিক্ষাৰ্থীৰ সাতজনীয়া দলটোৱে এখন গাড়ীৰে আহি থকা অৱস্থাত বাছখনৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত ধাৰাসাৰ বৰষুণ দি আছিল। ইয়াৰ উপৰি শিক্ষাৰ্থী কেইজনে যাত্ৰা কৰা গাড়ীখন তীব্ৰবেগত থকা বুলিও প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়ে। সংঘৰ্ষৰ প্ৰভাৱ ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। ইয়াৰ উপৰি বাছখনৰো কিছু পৰিমানে ক্ষতিগ্ৰস্ত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি আহতসকলক উদ্ধাৰ কৰিবলৈ গাড়ীখন কাটিবলগীয়া হৈছিল। লগতে জনা যায় যে পাঁচজন ছাত্ৰৰ ভিতৰত তিনিজনৰ থিতাতে মৃত্যু হয় যদিও চিকিৎসালয়লৈ যোৱাৰ পথত আন দুজনে মৃত্যুক আঁকোৱালি লয়। আন দুজন আহত ছাত্ৰক চিকিৎসাৰ বাবে আলাপ্পুঝা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়। আটাইকেইজন ছাত্ৰ-ছাত্ৰী আছিল প্ৰথম বৰ্ষৰ ছাত্ৰ।

Tags: #AccidentKeralaMBBSMedical Student

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025