• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাইলৈ শপত ল’ব ৰাজ্যৰ ৫জন নৱনিৰ্বাচিত বিধায়কে

Nation NE by Nation NE
November 28, 2024
in Top News, অসম, ৰাজনীতি
0 0
কাইলৈ শপত ল’ব ৰাজ্যৰ ৫জন নৱনিৰ্বাচিত বিধায়কে

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয় লাভ কৰা ৫জন নতুন বিধায়কে কাইলৈ শপত ল’ব। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাব নৱনিৰ্বাচিত বিধায়ক ৫জনক।

উল্লেখ্য যে, উপ-নিৰ্বাচনৰ জৰিয়তে বিধানসভালৈ বিজয়ী হৈ আহিছে বিজেপিৰ ৩ জন বিধায়ক, মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ পৰা নিৰ্বাচিত হৈ আহিছে এজনকৈ বিধায়ক।

বিজেপিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক কেইজন হৈছে ক্ৰমে ধলাইৰ নিহাৰ ৰঞ্জন দাস, চামগুৰিৰ দীপ্লুৰঞ্জন শৰ্মা আৰু বিহালীৰ দিগন্তু কুমাৰ ঘাটোৱাল। ইফালে বিজেপিৰ মিত্ৰ দল অগপৰ হৈ বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰী আৰু চিদলী সমষ্টিৰ পৰা ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম জয়ী হয়।

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে যথেষ্ট শোচনীয় প্ৰদৰ্শন আগবঢ়াইছিল। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে মিত্ৰতা ভংগ কৰি অকলেই পাঁচোটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দলৰ এজনো প্ৰাৰ্থী বিজয়ী নোহোৱাত ৰাজ্যজুৰি যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে দলটো।

Tags: #AssamAssam AssemblyBy ElectionNew MLA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025