• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লী নিৰ্বাচনত আপ পৰাস্ত হোৱাৰ পাঁচটা মুখ্য কাৰণ….

Nation NE by Nation NE
February 8, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দিল্লী নিৰ্বাচনত আপ পৰাস্ত হোৱাৰ পাঁচটা মুখ্য কাৰণ….
Share on FacebookShare on TwitterWhatsApp

২৭ বছৰৰ মূৰত দিল্লীৰ ক্ষমতালৈ উভতিল বিজেপি। এইবাৰৰ দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে যি আশা কৰা অনুসৰি তাৰ বিপৰীত ফলাফল পোৱাত দলৰ নেতাসকল হতাশ হৈ পৰিছে। ৮খন আসন থকা বিজেপিয়ে এইবাৰ ৪৮খন আসন লাভ কৰাৰ বিপৰীতে আম আদমী পাৰ্টিৰ ৬২ৰ পৰা ২২খনলৈ হ্ৰাস পায় আসনৰ সংখ্যা।

ইফালে প্ৰশ্ন উত্থাপন হয় যে ইমানবোৰ ঘোষণা আৰু পৰিকল্পনাৰ পিছতো দিল্লীৰ জনসাধাৰণে আপক কিয় পুনৰবাৰ শাসনত অধিষ্ঠিত নকৰিলে?

আপ পৰাস্ত হোৱাৰ এটা নহয় আছে বহু কাৰণ

১) প্ৰতিষ্ঠান বিৰোধী ঢৌ

১০ বছৰ শাসনত থকা আম আদমী পাৰ্টিয়ে এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হ’বলগীয়া হ’ল। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰখনে যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লেও বেয়া এয়াৰ কোৱালিটি আৰু যমুনাৰ প্ৰদূষিত পানীক লৈ তীব্ৰ অসন্তুষ্টি আছিল দিল্লীৰ জনসাধাৰণৰ মাজত। এই বিষয় দুটাক বিজেপিয়ে ইচ্ছ্যু হিচাপে লৈ জনসাধাৰণৰ ওচৰত আপক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলায়।

২) ‘সুৰা-শীশমহল’-এ লগালে আউল

দুৰ্নীত বিৰোধী আন্দোলনৰ পৰা অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত জন্ম লাভ কৰা আম আদমী পাৰ্টিয়ে এইবাৰৰ নিৰ্বাচনত বিভিন্ন বিষয়ৰ বাবে কেজৰিৱাল আৰু দলৰ ভাৱমূর্তি কলংকিত হৈ পৰে৷ আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগো ইয়াৰ অন্যতম কাৰণ। বিজেপিয়ে অভিযোগ কৰিছিল যে আপ চৰকাৰে দিল্লীক ‘সুৰাপায়ীৰ চহৰ’ হিচাপে গঢ়ি তুলিব বিচাৰিছে আৰু ঠিকা প্ৰদানৰ বাবদ শ-শ কোটি টকা খৰচ কৰিবলৈ সাজু। ইয়াৰ উপৰি এইবাৰৰ নিৰ্বাচনত ‘শীশ মহল’ বিতৰ্কইও দখল কৰিছিল শিৰোনাম। এই বিতৰ্কৰ বাবেই অৰবিন্দ কেজৰিৱালৰ ভাৱমূৰ্তি বেয়াকৈ ক্ষতি হৈছিল। মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ বাবদ কেজৰিৱালে ৭.৯১ৰ পৰা ৩৩.৬৬ কোটি টকা ব্যয় কৰা বুলি CAGৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

৩) বিনামূলীয়া আঁচনিৰ বৰষুণ কিন্তু প্ৰকৃত বিকাশৰ অভাৱ?

জনকল্যাণমূলক নীতিৰ নামত আম আদমী পাৰ্টিয়ে দিল্লীত বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা আদি আৰম্ভ কৰিছিল। কিন্তু আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ স্তৰত বিশেষ পৰিৱৰ্তন হোৱা নাই বুলি দাবী কৰিছিল জনসাধাৰণে। পথ আৰু নলা-নৰ্দমাৰ দুৰ্বল অৱস্থাত ক্ষুব্ধ হৈ পৰিছিল দিল্লীৰ জনসাধাৰণ। দিল্লীৰ উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীটো যেন অশান্তিপূৰ্ণ আন্তঃগাঁথনিৰ বাবে অশান্তি হৈ পৰিছিল।

৪) আপৰ শীৰ্ষ নেতাৰ বিসম্বাদ

আপৰ জ্যেষ্ঠ নেতাসকলে দলৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰা ঘটনাইও এইবাৰৰ নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলোৱা বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। প্ৰশান্ত ভূষণ, যোগেন্দ্ৰ যাদৱ, মায়ংক গান্ধী আৰু কুমাৰ বিশ্বাসৰ দৰে নেতাই অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰাৰ বাবেও দলটোৱে এইবাৰ ক্ষতিগ্ৰস্ত হোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰে।

৫) কংগ্ৰেছৰ সংগ ত্যাগ

দিল্লী লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টি আৰু কংগ্ৰেছে মিত্ৰতা কৰিছিল যদিও বিধানসভা নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল। দল দুটাৰ এই সিদ্ধান্তৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত ঐক্য সন্দৰ্ভত জনসাধাৰণৰ মাজত এক ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। ইয়াৰ উপৰি আজি ফলাফলৰ প্ৰতি লক্ষ্য ৰাখিলে এটা কথা স্পষ্ট হয় যে দুয়োটা দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে বহু কেইটা সমষ্টিত আপৰ প্ৰাৰ্থীয়ে কম ব্যৱধানত বিজেপিৰ হাতত পৰাস্ত হয়।

Tags: #AAPDelhi Assembly Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025