• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শক্তি হ্ৰাস পাব উদ্ধৱৰ; দল ত্যাগৰ বাবে সাজু আৰু ৬ গৰাকী সাংসদ!

Nation NE by Nation NE
February 7, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
শক্তি হ্ৰাস পাব উদ্ধৱৰ; দল ত্যাগৰ বাবে সাজু আৰু ৬ গৰাকী সাংসদ!
Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছৰে পৰা বিপদে লগ এৰা নাই উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা গোটক। ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ কেইবাজনো নেতা এতিয়া শংকিত। যাৰ বাবে দলটোৰ কেইবাজনো সাংসদে এনে এক সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে যিয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিত খলকনিৰ সৃষ্টি তুলিব।

সংসদীয় ৰাজনীতিত শক্তি হ্ৰাস পোৱা দলটোৰ আৰু ছয়গৰাকী সাংসদে দল ত্যাগ কৰাৰ যোজা চলোৱা বুলি এটা খবৰ প্ৰকাশ পাইছে। ‘অপাৰেচন টাইগাৰ’ৰ অধীনত থাকৰে গোটৰ ৯ গৰাকী সাংসদৰ ৬ গৰাকীয়ে সিন্দে নেতৃত্বাধীন শিৱসেনা দলত যোগ দিয়াৰ সম্ভাৱনা আছে।

আগন্তুক সংসদ অধিৱেশনৰ পূৰ্বেই এই অভিযান সফল কৰাৰ কুচকাৱাজ চলিছে। বহু দিনৰ পৰাই অপাৰেচন টাইগাৰক লৈ চলি আছে চৰ্চা।

উল্লেখ্য যে, যদিহে ছয়গৰাকী সাংসদে থাকৰে গোটৰ পৰা ফালৰি কাটি সিন্দে গোটত চামিল হয় তেন্তে নিশ্চিতভাৱে ই হ’ব উদ্ধৱ থাকৰে বাহিনীৰ বাবে মোক্ষম আঘাত।

এই দলত্যাগৰ পিছত উদ্ধৱ নেতৃত্বাধীন শিৱসেনাৰ ভৱিষ্যতত কি প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষ্যণীয়। উদ্ধৱ থাকৰে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিবনে? নে সিন্দে গোটৰ আধিপত্য আৰু বাঢ়িব? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আগন্তুক সময়ত পোৱা যাব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰিয়ে থাকৰে পৰিয়ালৰ বাবে এক বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও একনাথ সিন্দেৰ নেতৃত্বত বিধায়কৰ এটা বৃহৎ দলে শিৱসেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ইয়াৰ ফলত মহাৰাষ্ট্ৰত মহা বিকাশ আঘাড়ী চৰকাৰৰ পতন ঘটে আৰু শিৱসেনা দুটা ফৈদত বিভক্ত হয়। এতিয়া সাংসদসকলৰ এই সম্ভাৱ্য দল ত্যাগে থাকৰে ফৈদক আৰু অধিক দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁৰ দলৰ স্বীকৃতি আৰু প্ৰভাৱ হ্ৰাস পাব পাৰে।

থাকৰেই এই পৰিস্থিতি কেনেদৰে চম্ভালিব আৰু এই নতুন সংকটৰ পৰা নিজৰ দলটোক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়।

Tags: Eknath ShindeMaharashtraUddhav Thackeray

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025