• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাৰ্কৰামে ৰচিলে ইতিহাস; ১০ বছৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন আফ্ৰিকান অধিনায়ক

Nation NE by Nation NE
October 24, 2024
in Top News, ক্ৰীড়া
0 0
মাৰ্কৰামে ৰচিলে ইতিহাস; ১০ বছৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন আফ্ৰিকান অধিনায়ক
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ অধিনায়ক এডেন মাৰ্কৰামে ৰচিছে ইতিহাস। ১০ বছৰৰ পাছত এছিয়াত টেষ্ট মেচ জয়ী হোৱা দক্ষিণ আফ্ৰিকাৰ অধিনায়ক হিচাপে পৰিগণিত হৈছে মাৰ্কৰাম।

ঢাকাত অনুষ্ঠিত টেষ্টত বাংলাদেশক পৰাস্ত কৰি তেওঁ এই বিশেষ কৃতিত্ব অৰ্জন কৰে। শৃংখলাৰ প্ৰথমখন মেচ ২১ অক্টোবৰৰ পৰা শ্বেৰে বাংলা নেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয়। য’ত আফ্ৰিকান দলটোৱে ৭ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয়।

খেলখনৰ নায়ক আছিল আফ্ৰিকান উইকেটকীপাৰ বেটছমেন কাইল ভেৰিন। প্ৰথম ইনিংছত আফ্ৰিকান দলৰ বেটছমেনসকলে বাংলাদেশী বলাৰৰ বিৰুদ্ধে ৰানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল।

ইয়াৰ বিপৰীতে সপ্তম স্থানত বেটিং কৰিবলৈ অহা ভেৰিনে ১৪৪ বলত ১১৪ ৰানৰ গুৰুত্বপূৰ্ণ শতকীয় ইনিংছ খেলে। এই ইনিংছৰ সময়ত তেওঁৰ বেটৰ পৰা আহে ৮টা চাৰি আৰু ২টা ছয়।

ভেৰিনৰ ইনিংছৰ সহায়তে আফ্ৰিকা দলে প্ৰথম ইনিংছত বৃহত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। মেচখনত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্যা মেচৰ সন্মাৰে সন্মানিত কৰা হয়।

আফ্ৰিকান দলটোৱে দ্বিতীয় ইনিংছত ১০৬ ৰানৰ সহজ লক্ষ্য লাভ কৰিছিল। যিটো দলটোৱে ২২ অভাৰত ৩টা উইকেট হেৰুৱাই সহজেই উপনীত হয়।

Tags: Aiden MarkramBangladeshSouth AfricaTest Cricket

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025