• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দাবী পূৰণ নহ’লে পুনৰ হ’ব ধৰ্মঘট : কনিষ্ঠ চিকিৎসকৰ হুংকাৰ

Nation NE by Nation NE
October 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দাবী পূৰণ নহ’লে পুনৰ হ’ব ধৰ্মঘট : কনিষ্ঠ চিকিৎসকৰ হুংকাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ কনিষ্ঠ চিকিৎসকে পুনৰবাৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। কলিকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ পিছৰে পৰা কনিষ্ঠ চিকিৎসকলে ধৰ্মঘট আৰু আন্দোলন অব্যাহত ৰাখিছে।

বিগত কিছু দিন ধৰি অব্যাহত ধৰ্মঘট আৰু আন্দোলনৰ মাজতে পুনৰ এবাৰ কনিষ্ঠ চিকিৎসকসকলে শুকুৰবাৰে ৰাজ্য চৰকাৰক ভাবুকি প্ৰদান কৰি কয় যে যদি তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে তেওঁলোকে ২২ অক্টোবৰত ৰাজ্যৰ সকলো চিকিৎসকৰ সৈতে ধৰ্মঘট কৰিব। তদুপৰি আন-আন ৰাজ্যৰ সহকৰ্মীসকলৰ সৈতেও আলোচনাত মিলিত হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

এই বিষয়ত ২২ অক্টোবৰ অৰ্থাত মঙলবাৰে চিকিৎসকসকলে দেশজোৰা ধৰ্মঘট কৰিব পাৰে বুলিও তেওঁলোকে কয়। কনিষ্ঠ চিকিৎসকসকলে কয় যে তেওঁলোকে জ্যেষ্ঠ চিকিৎসকৰ সৈতে ৰাজ্য চৰকাৰক তেওঁলোকৰ দাবী পূৰণৰ বাবে ২১ অক্টোবৰৰ সময়সীমা বান্ধি দিছে।

আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলে কয় যে আমি বিচাৰো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আলোচনাত বহি আমাৰ সকলো দাবী কাৰ্যকৰী কৰক। কনিষ্ঠ চিকিৎসক আৰু তেওঁলোকৰ জ্যেষ্ঠসকলৰ মাজত হোৱা বৈঠকৰ অন্তত তেওঁলোকে কয় যে এই কাম নকৰিলে চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰৰ সকলো কনিষ্ঠ আৰু জ্যেষ্ঠ চিকিৎসকে মঙলবাৰে ধৰ্মঘট কৰিবলৈ বাধ্য হ’ব।

“সোমবাৰৰ ভিতৰত যদি মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মঙলবাৰে আমি ধৰ্মঘট কৰিবলৈ বাধ্য হ’ম”। এই মন্তব্য কৰে কনিষ্ঠ চিকিৎসকসকলে।

বিবৃতিটোত কোৱা হৈছে যে তেওঁলোকৰ সতীৰ্থসকলে নিজৰ দাবীৰে অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৃত মহিলা চিকিৎসকৰ ন্যায় আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ দাবীত পশ্চিম বংগৰ আন্দোলনকাৰী চিকিৎসকলে অব্যাহত ৰখা অনশনে শুকুৰবাৰে ১৪ দিনত প্ৰৱেশ কৰে।

উল্লেখযোগ্য যে আগষ্ট মাহত চৰকাৰী চিকিৎসালয়ৰ এগৰাকী মহিলা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এজন প্ৰতিবাদী চিকিৎসকে জনোৱা মতে, এই পৰ্যন্ত ছয়জন উপবাসী কনিষ্ঠ চিকিৎসকক স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

মঙলবাৰে ধৰ্মঘটৰ বাবে যদি কোনো ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটে তেন্তে ইয়াৰ দায়িত্ব ৰাজ্য চৰকাৰে ল’ব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে, ৯ আগষ্টত আৰ জি কৰ হাস্পতালত সহযোগী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ পিছত কনিষ্ঠ চিকিৎসকে কাম বন্ধ কৰি দিছিল। ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিয়াৰ পিছতে ২১ ছেপ্টেম্বৰত ৪২ দিনৰ অন্তত আন্দোলনৰ অন্ত পেলায়।

Tags: Doctors ProtestJunior DoctorsKolkata CaseMamata BanerjeeWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025