• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দাবী পূৰণ নহ’লে পুনৰ হ’ব ধৰ্মঘট : কনিষ্ঠ চিকিৎসকৰ হুংকাৰ

Nation NE by Nation NE
October 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দাবী পূৰণ নহ’লে পুনৰ হ’ব ধৰ্মঘট : কনিষ্ঠ চিকিৎসকৰ হুংকাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ কনিষ্ঠ চিকিৎসকে পুনৰবাৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। কলিকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ পিছৰে পৰা কনিষ্ঠ চিকিৎসকলে ধৰ্মঘট আৰু আন্দোলন অব্যাহত ৰাখিছে।

বিগত কিছু দিন ধৰি অব্যাহত ধৰ্মঘট আৰু আন্দোলনৰ মাজতে পুনৰ এবাৰ কনিষ্ঠ চিকিৎসকসকলে শুকুৰবাৰে ৰাজ্য চৰকাৰক ভাবুকি প্ৰদান কৰি কয় যে যদি তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে তেওঁলোকে ২২ অক্টোবৰত ৰাজ্যৰ সকলো চিকিৎসকৰ সৈতে ধৰ্মঘট কৰিব। তদুপৰি আন-আন ৰাজ্যৰ সহকৰ্মীসকলৰ সৈতেও আলোচনাত মিলিত হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

এই বিষয়ত ২২ অক্টোবৰ অৰ্থাত মঙলবাৰে চিকিৎসকসকলে দেশজোৰা ধৰ্মঘট কৰিব পাৰে বুলিও তেওঁলোকে কয়। কনিষ্ঠ চিকিৎসকসকলে কয় যে তেওঁলোকে জ্যেষ্ঠ চিকিৎসকৰ সৈতে ৰাজ্য চৰকাৰক তেওঁলোকৰ দাবী পূৰণৰ বাবে ২১ অক্টোবৰৰ সময়সীমা বান্ধি দিছে।

আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলে কয় যে আমি বিচাৰো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আলোচনাত বহি আমাৰ সকলো দাবী কাৰ্যকৰী কৰক। কনিষ্ঠ চিকিৎসক আৰু তেওঁলোকৰ জ্যেষ্ঠসকলৰ মাজত হোৱা বৈঠকৰ অন্তত তেওঁলোকে কয় যে এই কাম নকৰিলে চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰৰ সকলো কনিষ্ঠ আৰু জ্যেষ্ঠ চিকিৎসকে মঙলবাৰে ধৰ্মঘট কৰিবলৈ বাধ্য হ’ব।

“সোমবাৰৰ ভিতৰত যদি মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মঙলবাৰে আমি ধৰ্মঘট কৰিবলৈ বাধ্য হ’ম”। এই মন্তব্য কৰে কনিষ্ঠ চিকিৎসকসকলে।

বিবৃতিটোত কোৱা হৈছে যে তেওঁলোকৰ সতীৰ্থসকলে নিজৰ দাবীৰে অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৃত মহিলা চিকিৎসকৰ ন্যায় আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ দাবীত পশ্চিম বংগৰ আন্দোলনকাৰী চিকিৎসকলে অব্যাহত ৰখা অনশনে শুকুৰবাৰে ১৪ দিনত প্ৰৱেশ কৰে।

উল্লেখযোগ্য যে আগষ্ট মাহত চৰকাৰী চিকিৎসালয়ৰ এগৰাকী মহিলা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এজন প্ৰতিবাদী চিকিৎসকে জনোৱা মতে, এই পৰ্যন্ত ছয়জন উপবাসী কনিষ্ঠ চিকিৎসকক স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

মঙলবাৰে ধৰ্মঘটৰ বাবে যদি কোনো ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটে তেন্তে ইয়াৰ দায়িত্ব ৰাজ্য চৰকাৰে ল’ব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে, ৯ আগষ্টত আৰ জি কৰ হাস্পতালত সহযোগী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ পিছত কনিষ্ঠ চিকিৎসকে কাম বন্ধ কৰি দিছিল। ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিয়াৰ পিছতে ২১ ছেপ্টেম্বৰত ৪২ দিনৰ অন্তত আন্দোলনৰ অন্ত পেলায়।

Tags: Doctors ProtestJunior DoctorsKolkata CaseMamata BanerjeeWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025