• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধৰ্মীয় স্থান প্ৰাৰ্থনাৰ বাবে, লাউডস্পীকাৰ ব্যৱহাৰ কৰাটো কোনো অধিকাৰ নহয়: উচ্চ ন্যায়ালয়

Nation NE by Nation NE
January 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ধৰ্মীয় স্থান প্ৰাৰ্থনাৰ বাবে, লাউডস্পীকাৰ ব্যৱহাৰ কৰাটো কোনো অধিকাৰ নহয়: উচ্চ ন্যায়ালয়
Share on FacebookShare on TwitterWhatsApp

মছজিদত লাউডস্পীকাৰ স্থাপনৰ অনুমতি দিবলৈ ৰাজ্য কৰ্তৃপক্ষৰ নিৰ্দেশ বিচৰা আবেদন খাৰিজ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

পিলিভীত জিলাৰ মুখতিয়াৰ আহমেদৰ আবেদন খাৰিজ কৰি ন্যায়াধীশ অশ্বনী কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ ডি ৰমেশৰ বিচাৰপীঠে কয় যে, ধৰ্মীয় স্থানত প্ৰাৰ্থনাৰ বাবে লাউডস্পীকাৰৰ ব্যৱহাৰক অধিকাৰ হিচাপে দাবী কৰিব নোৱাৰি।

বিশেষকৈ ধৰ্মীয় স্থানত যেতিয়া লাউডস্পীকাৰ ব্যৱহাৰ কৰা হয়, প্ৰায়ে তাৰ ওচৰ-পাঁজৰে থকাসকলৰ বাবে ই বাধাৰ সৃষ্টি কৰে।

শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ অধিবক্তাই ৰিট আবেদনখনৰ ৰক্ষণাবেক্ষণ যোগ্যতাৰ ওপৰত আপত্তি জনাই কয় যে, আবেদনকাৰী মছজিদৰ মুতাৱাল্লী (যত্ন লোৱা লোক) নহয়, লগতে সেই মছজিদৰ সৈতেও তেওঁ জড়িতও নহয়।

ৰাজ্য চৰকাৰৰ অধিবক্তাৰ যুক্তিৰ বিষয়বস্তু বিচাৰি আদালতে কয় যে, আবেদনকাৰীৰ এই আবেদন দাখিল কৰাৰ কোনো অধিকাৰ নাই।

ইয়াৰ পূৰ্বে ২০২২ চনৰ মে’ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ৰায়দানত দিছিল যে, আইনত এই ব্যৱস্থা কৰা হৈছে যে মছজিদৰ পৰা লাউডস্পীকাৰ বজোৱাটো কোনো মৌলিক অধিকাৰ নহয়।

কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত গুজৰাট উচ্চ ন্যায়ালয়ে ৰায়দান দিয়ে যে, মছজিদত আজানৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰ কৰিলে শব্দ প্ৰদূষণ নহয়। লগতে ইয়াৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা জনস্বাৰ্থৰ মামলা (পিআইএল) নাকচ কৰা হৈছিল।

Tags: ALLAHABADHigh CourtUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025