• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাৰ কঠোৰতা! প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে আমেৰিকাৰ পৰা বহিষ্কাৰ এজন ভাৰতীয়

Nation NE by Nation NE
December 27, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শপতগ্ৰহণৰ পূৰ্বে হামাছলৈ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ সকীয়নী
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক সু-সম্পৰ্কৰ কথা চৰ্চিত হ’লেও, ভাৰতীয়সকলক স্বদেশলৈ উভোতাই পঠিওৱাৰ প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত আছে।

এক প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া এনেকুৱা যে ২০২৪ চনত প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে এজন ভাৰতীয়ক আমেৰিকাৰ পৰা ভাৰতলৈ বিতাড়িত কৰা হ’ব।

আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে (ICE) ১৯ ডিচেম্বৰত প্ৰকাশ কৰা ২০২৪ বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২৪ত প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে এজনকৈ ভাৰতীয়ক আমেৰিকাৰ পৰা ভাৰতলৈ বহিষ্কাৰ কৰা হৈছিল।

২০২৩ চনৰ তুলনাত ২০২৪ চনত এই সংখ্যা অধিক বৃদ্ধি পাইছে।

২০২১ চনত ২,৭১,৪৮৪ জনৰ ভিতৰত ১,৫২৯ গৰাকী ভাৰতীয়ৰ তুলনাত ২০২৪ চনত ৫৯,০১১ জনৰ ভিতৰত ২৯২ গৰাকী ভাৰতীয়ক স্বদেশলৈ উভোতাই পঠিওৱা হৈছে।

আনহাতে ২০২৩ চনত আমেৰিকাৰ পৰা ১,৪২,৫৮০ জন লোকক বহিষ্কাৰ কৰা হৈছিল, য’ত ৩৭০ জন ভাৰতীয় আছিল। আনহাতে ২০২২ চনত বহিষ্কাৰ হোৱা ৭২,১৭৭ জনৰ ভিতৰত ২৭৬ জন ভাৰতীয়।

উল্লেখ্য যে, ২০১৯ আৰু ২০২০ চনৰ ক’ৰোণা মহামাৰীৰ সময়ত ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যকালত মুঠ ৩,৯২৮ (ক্ৰমে ১,৬১৬ আৰু ২,৩১২) অবৈধ অনাবাসী ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ তুলনাত ২০২১ চনত যেতিয়া জো বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া ২০২৪ চনত প্ৰতিবেদন প্ৰকাশ পোৱাৰ সময়লৈকে বহিষ্কৃত ভাৰতীয়ৰ মুঠ সংখ্যা ৩,৪৬৭ত উপনীত হৈছিল।

ইতিমধ্যে আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে বিতাড়নৰ বাবে নিৰ্ধাৰিত লোকৰ তালিকা প্ৰস্তুত কৰিছে, আৰু প্ৰায় ১৮ হাজাৰ নথি-পত্ৰবিহীন ভাৰতীয়ক বহিষ্কাৰৰ সম্ভাৱনা বুলি চিনাক্ত কৰিছে।

Tags: AmericaIndiaTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025