• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমি যি হেৰুৱাইছিলো, শীঘ্ৰেই লাভ কৰিম : Pok সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্য

Nation NE by Nation NE
January 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে দিল্লীত জম্মু-কাশ্মীৰ আৰু লাডাখ: ধাৰাবাহিকতা আৰু সংযোগৰ ঐতিহাসিক বৃত্তান্ত শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশ লৈ তেওঁ ৩৭০ অনুচ্ছেদ আৰু সন্ত্ৰাসবাদ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ পাকিস্তান অধীকৃত কাশ্মীৰো অতি শীঘ্ৰে ভাৰতৰ অংগ হ’ব বুলি ইংগিত দিয়ে।

তেওঁ কয়, ‘ব্ৰিটিছ যুগত লিখা ইতিহাসৰ ব্যাখ্যা ভুল আছিল। সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত এনে এখন দেশ যিখন সংস্কৃতিৰ সৈতে জড়িত। দেশখনক ভূ-ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চোৱাসকলে এই দেশখনক ব্যাখ্যা কৰিব নোৱাৰে। কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল আৰু সদায় হৈ থাকিব।’

গৃহমন্ত্ৰীয়ে কয়, ‘মোদী চৰকাৰে ৩৭০ অনুচ্ছেদ অন্ত পেলোৱাৰ কাম কৰিছে। এই অনুচ্ছেদ ৩৭০ য়ে কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বীজ সিঁচিছিল। ৩৭০ আঁতৰোৱাৰ পিছত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পাইছে।’

তেওঁ আৰু কয়, ‘বহু সময়ত মানুহে মোক প্ৰশ্ন কৰে যে ৩৭০ অনুচ্ছেদ আৰু সন্ত্ৰাসবাদৰ মাজত কি সম্পৰ্ক? তেওঁলোকে হয়তো নাজানে যে ৩৭০ অনুচ্ছেদটোৱে নিজেই উপত্যকাৰ যুৱক-যুৱতীসকলৰ মনত বিচ্ছিন্নতাৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছিল।’

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শ্বাহে ভাষণত আৰু কয়, ‘৩৭০ নং অনুচ্ছেদে ভাৰত আৰু কাশ্মীৰৰ সংযোগ সাময়িক বুলি ভুল ধাৰণা বিয়পাই দিয়াৰ কাম কৰিছিল। ইয়াৰ ফলত বিচ্ছিন্নতাৰ বীজ সিঁচি দিয়া হৈছিল আৰু আগন্তুক দিনত ই সন্ত্ৰাসবাদলৈ ৰূপান্তৰিত হৈছিল। ৪০ হাজাৰতকৈ অধিক লোক ইয়াৰ বলি হৈছে। ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পাছত সন্ত্ৰাসবাদী ঘটনা ৭০ শতাংশতকৈও অধিক হ্ৰাস পাইছে।

Tags: #DelhiAmit ShahkashmirPak Occupied KashmirPok

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025