• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE by Nation NE
December 10, 2025
in Top News, অসম
0 0
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Share on FacebookShare on TwitterWhatsApp

আজি ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস। এই উপলক্ষে জিলাই জিলাই পৰিৱেশন কৰা হয় শ্বহীদ প্ৰণামো তোমাক গীতটি।

উল্লেখ্য যে, ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।

আজি এই বিশেষ দিনটোত মহানগৰীৰ বৰাগাঁৱত মুকলি কৰা হয় শ্বহীদ স্মাৰক ক্ষেত্ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে ৮৬০ গৰাকী শ্বহীদৰ স্মৃতি বিজড়িত স্মাৰকক্ষেত্ৰ। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

অসম আন্দোলনত নিজৰ প্ৰাণ আহুতি দিয়া প্ৰত্যেকগৰাকী বীৰলৈ সন্মান জনাই এই স্মাৰকক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। শ্বহীদ দিৱসৰ দিনাই ৰাইজৰ বাবে উছৰ্গা কৰা হৈছে এই শ্বহীদ স্মাৰকক্ষেত্ৰ। আজি ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয়।

এই শ্বহীদ স্মাৰকক্ষেত্ৰত অসম আন্দোলনৰ তথ্যৰ লগতে ৮৬০ গৰাকী শ্বহীদৰ আৱক্ষ মূৰ্তি আছে। এই স্মাৰকক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত ৮৬০ গৰাকী শ্বহীদৰ পৰিয়ালৰ লোক উপস্থিত থাকে। এই অনুষ্ঠানতেই আৱেগিক হৈ উচুপি উঠে বহুজনে।

এই অনুষ্ঠানত অসমৰ ৰাইজলৈ এক ডাঙৰ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, এটকা বেছিকৈ দিলেও অচিনাকী মানুহক মাটি বিক্ৰী কৰিব নালাগে। পৰিয়ালত যিমানে অসুবিধা নহওক কিয় কোনেও অচিনাক্ত লোককে মাটি বিক্ৰী কৰিব নালাগে।

লগতে তেওঁ কয় যে, ফ্লাই অভাৰ, ফুটপাথত কোনো অচিনাকী লোকে ব্যৱসায় কৰিব নোৱাৰিব। চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থলুৱা লোকক নিয়োগৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। লগতে ধনৰ বাবে অচিনাকী মানুহক মাটি বিক্ৰী নকৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে।

Tags: #AssamCMHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025