• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 5, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • নৱবৰ্ষৰ প্ৰথমটো বৰভূইকঁপে কঁপালে ৰাজ্য। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৬।পুৱতি নিশা ৪.১৭ বজাত অনুভূত হয় কম্পন। এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে মৰিগাঁও জিলা। ভূপৃষ্ঠৰ পৰা প্ৰায় ৫০ কি:মি: গভীৰতাত এই ভূমিকম্পৰ উৎপত্তিস্থল। বৰ্তমানলৈ নগাঁও জিলাত বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ তথ্য পোৱা গৈছে। নগাঁৱৰ কেইবাটাও গৃহত ইতিমধ্যে ফাঁট মেলিছে। অসমৰ লগতে বাংলাদেশ, ভূটান আৰু ম্যানমাৰতো অনুভূঁত হয় কম্পন। নৱবৰ্ষৰ আৰম্ভণিতে অহা এই বৰভূইকঁপক লৈ চিন্তিত হৈ পৰিছে সকলো।
  • ভাৰত এতিয়া চীনক চেৰ পেলাই বিশ্বৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৪ জানুৱাৰীত এই তথ্য প্ৰদান কৰে। আজি ২৫টা শস্যৰ ১৮৪টা নতুন প্ৰজাতিৰ ধান মুকলি কৰি দিওঁতে শিৱৰাজ সিং চৌহানে কয় যে ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী দেশত পৰিণত হৈছে আৰু মুঠ উৎপাদন ১৫১.৮ মিলিয়ন টন হৈছে। এই নতুন উচ্চ উৎপাদনক্ষম বীজৰ জাতসমূহে শস্য উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই নতুন প্ৰজাতিসমূহ যাতে খেতিয়কৰ ওচৰলৈ ক্ষিপ্ৰতাৰে পঠিওৱা হয় তাৰ বাবে মন্ত্ৰালয়ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।
  • ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰে আমেৰিকাই। ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতেও উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ পিছতে ভাৰত চৰকাৰে কয় যে, ভেনিজুৱেলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে কোনো খৰখেদাকৈ সিদ্ধান্ত লোৱাতকৈ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কৌশলগত পন্থা গ্ৰহণ কৰিব বিচাৰে। ভাৰতে সংশ্লিষ্ট সকলো পক্ষক আলোচনা আৰু শান্তিপূৰ্ণ উপায়েৰে মতানৈক্য সমাধান কৰিবলৈ আহ্বান জনাইছে। ভাৰতে লগতে কয় যে, যিকোনো হিংসা বা সংঘাতৰ ফলত পৰিস্থিতি আৰু অধিক শোচনীয় হ’ব পাৰে। গতিকে সংযম, শান্তি বজাই ৰখা, আলোচনাৰ জৰিয়তে সমাধান বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয়। ভাৰতে অঞ্চলটোত স্থিতিশীলতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
  • ভেনিজুৱেলাৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে লোৱা এক্সন চৰ্চালৈ আহিছে। তেওঁ ইয়াৰ মাজতে ভাৰতক লৈও এক ডাঙৰ মন্তব্য কৰে। ট্ৰাম্পে ভাৰতলৈ সকীয়নি দি কয় যে, ভাৰতৰ ওপৰত কৰ পুনৰ বৃদ্ধি হ’ব পাৰে। ইয়াৰ মাজতে তেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ বিষয়েও উল্লেখ কৰে। ট্ৰাম্পে ভাৰতসহ বহুকেইখন দেশৰ ওপৰত কৰ আৰোপ কৰিছিল। গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে, তেওঁ বিগত বৰ্ষত ভাৰতৰ ওপৰত ৫০ শতাংশ কৰ আৰোপ কৰিছে।
  • উত্তৰ নাইজেৰিয়াত সংঘটিত হৈছে এক বৃহৎ আক্ৰমণ। অচিনাক্ত বন্দুকধাৰীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ।এইবাৰ বন্দুকধাৰীয়ে পুনৰ লক্ষ্য কৰি লৈছে এখন গাঁও। উত্তৰ নাইজেৰিয়াত গুলীচালনাত নিহত কছুৱান দাজি গাঁৱৰ প্ৰায় ৩০জনকৈ লোক। গাঁওখনৰ শিশুসহ কেইবাজনো লোকক অপহৰণ কৰিছে বন্দুকধাৰীয়ে। দৰাচলতে উত্তৰ নাইজেৰিয়াত যোৱা কেইদিনমানৰ ভিতৰত ঘটা এয়া দ্বিতীয়টো ঘটনা। ঘৰ-দুৱাৰকে ধৰি এখন বজাৰতো অগ্নিসংযোগ বন্দুকধাৰীৰ। জুইত ভস্মীভূত গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ। অঞ্চলটোত মোতায়েন কৰা হৈছে নিৰাপত্তা বাহিনী। এই আক্ৰমণ সন্দৰ্ভত কেথলিক গীৰ্জাইও ডাঙৰ দাবী উত্থাপন কৰিছে। গীৰ্জাই কয় যে, এই আক্ৰমণত কমেও ৪০ জন লোকৰ মৃত্যু হৈছে, আনহাতে বহু লোকক অপহৰণ কৰা হৈছে। অপহৰণ কৰাসকলৰ ভিতৰত আছে শিশু আৰু মহিলা।
Tags: Latest newsmorning newsmorning update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025