• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত অঘটন, ৰাইজৰ ৰোষত প্ৰধান শিক্ষক

Nation NE by Nation NE
February 15, 2025
in Top News, অসম
0 0
হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত অঘটন, ৰাইজৰ ৰোষত প্ৰধান শিক্ষক
Share on FacebookShare on TwitterWhatsApp

আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল পৰীক্ষা। শিক্ষাৰ্থী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষায়ে হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।

পিছে হঠাতে এক কেন্দ্ৰত লাগে অঘটন।গোৰেশ্বৰৰ নিকতৱৰ্তি কামৰূপৰ গাছবাৰী পৰীক্ষা কেন্দ্ৰত হয় এই অঘটন।

পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পিছতো পৰীক্ষাৰ্থীয়ে লাভ নকৰে প্ৰশ্নকাকত।ইয়াকে লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।

প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই এনে পৰিস্থিতি হোৱা বুলি অভিযোগ স্থানীয় ৰাইজ তথা অভিভাৱকে । প্ৰায় ৯বাজি ৩০মিনিটলৈ পৰীক্ষাৰ্থীয়ে লাভ নকৰে প্ৰশ্নকাকত।

আধা ঘণ্টা পলমকৈ প্ৰধান শিক্ষকে পৰীক্ষাগৃহলৈ লৈ আনে প্ৰশ্ন কাকত। ইয়াৰ পিছতে অধিক উত্তপ্ত হৈ পৰে বিদ্যালয়খনৰ পৰিস্থিতি। একাংশ উত্তেজিত লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান শিক্ষকক।

পৰৱৰ্তি সময়ত পৰীক্ষা অনুষ্ঠিত হয় যদিও অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ সময় বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে।

উক্ত পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ কমলপুৰ চক্ৰ বিষয়া বিক্ৰম জিৎ বৰাই বিদ্যালয়খনত উপস্থিত হয়।

Tags: #Assam#ExamHSLC

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025