• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰে পৰা ‘এডভান্টেজ আছাম ২.০’ ৰ সন্মিলন

Nation NE by Nation NE
February 25, 2025
in Top News, অসম
0 0
আজিৰে পৰা ‘এডভান্টেজ আছাম ২.০’ ৰ সন্মিলন
Share on FacebookShare on TwitterWhatsApp

দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হ’ব ‘এডভান্টেজ আছাম ২.০’। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এডভান্টেজ আছাম ২.০’ উদ্বোধন কৰি আৰু তাৰ পাছতেই ক্ৰম অনুসৰি আৰম্ভ হ’ব ইয়াৰ কাৰ্যসূচীসমূহ। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশ ল’বলৈ দেশ-বিদেশৰ বহু বিনিয়োগকাৰী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে।

এই সন্মিলনত ৯ জন কেন্দ্ৰীয় মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব।সন্মিলনত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত হৈছে ভাৰতৰ কেইবাজনো বিশিষ্ট উদ্যোগপতি।

উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি অসমৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী নেতাই ‘এডভান্টেজ আছাম ২.০’ ক সফল কৰি তুলিবলৈ দেশ বিদেশৰ বহু বিনিয়োগকাৰীক আমন্ত্ৰণ জনাই আহিছে। সেই আমন্ত্ৰণ ৰক্ষা কৰি কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, উদ্যোগপতি, অভিযানৰ মুৰব্বী, বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে এই বিশাল বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এডভান্টেছ আছাম ২.০ ৰ কাৰ্যসূচীত দেশ বিদেশৰ বহু বিনিয়োগকাৰী আহি উপস্থিত হৈছে। ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ ৬১ গৰাকীতকৈ অধিক ৰাষ্ট্ৰদূতে ঝুমৰেই বিনন্দিনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

Tags: #AssamAdvantage Assam 2.0PM Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025