• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
24 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সহকৰ্মীৰ বিৰুদ্ধে মহিলা মুছলমান সাংসদৰ অভিযোগ, জানক সবিশেষ…

Nation NE by Nation NE
May 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সহকৰ্মীৰ বিৰুদ্ধে মহিলা মুছলমান সাংসদৰ অভিযোগ, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

সমগ্ৰ বিশ্বতে বৰ্তমান হিজাব বা বোৰ্কা পিন্ধা মুছলমান ছোৱালীৰ বিৰুদ্ধে বৈষম্য আৰু আপত্তিজনক আচৰণৰ ঘটনা বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা, য’ত নিজেই এগৰাকী মুছলমান মহিলা সাংসদে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এই ঘটনাই কেৱল অষ্ট্ৰেলিয়াতে নহয়, ইউৰোপত বসবাস কৰা মুছলমান মহিলাসকলৰ সুৰক্ষা আৰু সন্মানৰ ওপৰতো বহু নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।

অষ্ট্ৰেলিয়াৰ এগৰাকী মুছলমান মহিলা সাংসদে প্ৰকাশ কৰিছে যে, তেওঁ ইতিমধ্যে সংসদৰ সৈতে জড়িত নিৰীক্ষণ সংস্থাত এটাত অভিযোগ দাখিল কৰিছে। মহিলা সাংসদগৰাকীয়ে কয় যে, তেওঁৰ এজন পুৰুষ সহকৰ্মীয়ে তেওঁক মদ খাবলৈ আৰু ‘টেবুলত নাচিবলৈ’ কৈছিল।

স্থানীয় সংবাদ মাধ্যমৰ মতে, আফগানিস্তানত জন্মগ্ৰহণ কৰা ফাতিমা পেইমেন অষ্ট্ৰেলিয়াৰ সংসদৰ প্ৰথমগৰাকী হিজাব পৰিধান কৰা মহিলা। পুৰুষ সহকৰ্মীজনৰ এই আচৰণৰ বিৰুদ্ধে ফাতিমাই আনুষ্ঠানিক অভিযোগো দাখিল কৰিছে।

অষ্ট্ৰেলিয়াৰ সংসদত এগৰাকী মহিলাৰ সৈতে হোৱা অসৎ আচৰণ   এইটোৱেই প্ৰথম নহয়। ২০২১ চনত ব্ৰিটানি হিগিন্স নামৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে কৈছিল যে, তেওঁৰ এগৰাকী সহকৰ্মীয়ে সংসদতে তেওঁৰ সৈতে অপকৰ্ম সংঘটিত কৰিছিল।

ইয়াৰ পিছত সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হয়। তদন্তত পোহৰলৈ আহিছে যে সংসদত মদ খোৱা, মহিলাৰ লগত অসৎ আচৰণ কৰাটো অতি সাধাৰণ কথা। এই বিষয়টোৱে সংসদৰ পৰিবেশৰ বহু চিন্তনীয় বিষয়ো পোহৰলৈ আনিছে।

Tags: AustraliamuslimSENATOR

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025