• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত আক্ৰমণৰ ভাবুকি বাংলাদেশৰ! কূটনীতিবিদসকলৰ সন্দৰ্ভত ডাঙৰ পদক্ষেপ

Nation NE by Nation NE
January 21, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা ইউনুছ চৰকাৰৰ দিনত হিন্দুসকলৰ বিৰুদ্ধে হিংসা অব্যাহত আছে। বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়তো লক্ষ্য কৰি লোৱা হৈছিল ভাৰতীয় দূতাবাস।

১২ ফেব্ৰুৱাৰীত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত বসবাস কৰা ভাৰতীয়ৰ ওপৰত আক্ৰমণৰ আশংকা কৰা হৈছে। এই সম্ভাৱ্য আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

বাংলাদেশৰ ভাৰতীয়ৰ ওপৰত হিংসাৰ ভাবুকিৰ মাজতে ভাৰত চৰকাৰে দেশৰ ভাৰতীয় কূটনীতিবিদ আৰু বিষয়াসকলৰ পৰিয়ালক ভাৰতলৈ উভতি আহিবলৈ পৰামৰ্শ দিয়ে। ভাৰতে বাংলাদেশক ভাৰতীয় কূটনীতিবিদসকলৰ বাবে নন-ফেমিলি পোষ্টিং হিচাপে লোৱাৰ সিদ্ধান্ত লৈ বাংলাদেশৰ মিছন আৰু ডাক বিষয়াৰ ওপৰত নিৰ্ভৰশীল লোকসকলক গৃহভূমিলৈ উভতিলৈ পৰামৰ্শ দিছে। এজন জ্যেষ্ঠ বিষয়াৰ মতে, চুবুৰীয়া দেশত সাম্প্ৰদায়িক কাণ্ড বৃদ্ধি পোৱাৰ ফলত সংখ্যালঘুৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ বাবে এই পদক্ষেপ সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে।

বিগত মাহত চট্টগ্ৰামত হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। সংখ্যালঘূৰ ওপৰত আক্ৰমণৰ ভাবুকিয়ে কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ তথ্য অনুসৰি ডিচেম্বৰৰ পৰা বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ১২ জনকৈ লোকক হত্যা কৰা হৈছে। এনে পৰিস্থিতিৰ মাজতো বাংলাদেশৰ পাঁচোটা কূটনৈতিক মিছনে পূৰ্ণ শক্তিৰে কাম কৰি যাব। বিশেষকৈ উচ্চায়ুক্ত আৰু আন চাৰিটা পদ কাৰ্যক্ষম হৈ থাকিব। চট্টগং, খুলনা, ৰাজশাহী, আৰু চিলেট পোষ্ট খোলা থাকিব।

অৱশ্যে কূটনীতিবিদসকলৰ পৰিয়াল কেতিয়ালৈ ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে সেই সন্দৰ্ভত কোনো তথ্য নাই। সোমবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে যোৱা বছৰৰ আৰক্ষীৰ অভিলেখৰ আনুষ্ঠানিক পৰ্যালোচনা প্ৰতিবেদন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে, য’ত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যৰ সৈতে জড়িত ৬৪৫টা কাণ্ডৰ নথিভুক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে ৭১টা ঘটনা সাম্প্ৰদায়িক উপাদানৰ সৈতে জড়িত বুলি চিনাক্ত কৰা হৈছে। আনহাতে ৫৭৪টা কাণ্ডক অসাম্প্ৰদায়িক প্ৰকৃতিৰ বুলি গণ্য কৰা হৈছিল।

Tags: BangladeshDiplomatIndia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025