• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ ডাঙৰ সিদ্ধান্ত, ১৫ আগষ্টত ছুটী নিষিদ্ধ উচ্চ ন্যায়ালয়ৰ!

Nation NE by Nation NE
December 2, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হিংসাৰে আৰম্ভ হৈ হিংসাতেই সমাপ্ত নেকি শ্বেখ হাছিনাৰ ৰাজনৈতিক কাহিনী?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত জনসাধাৰণৰ ব্যাপক বিক্ষোভৰ পিছতেই ৫ আগষ্টত অভ্যুত্থান ঘটে। আৱামী লীগৰ চৰকাৰৰ পতন আৰু দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পলায়নৰ পিছত নৱগঠিত অন্তৱৰ্তীকালীন চৰকাৰে ১৫ আগষ্টৰ ৰাজহুৱা বন্ধৰ সিদ্ধান্ত বাতিল কৰে।

আগষ্ট মাহত বাংলাদেশত সংঘটিত অভ্যুত্থানৰ পিছতেই ক্ষিপ্ৰতাৰে সলনি কৰা হৈছে সিদ্ধান্ত।নতুন আইনৰ আদেশত বাংলাদেশত ১৫ আগষ্টত ঘোষণা কৰা চৰকাৰী বন্ধৰ দিনটো নিষিদ্ধ কৰা হৈছে।

দেশৰ উচ্চতম ন্যায়ালয়ৰ আপীলীয় বিভাগে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিত ৰাখিছে, য’ত ১৫ আগষ্টক ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছিল।

উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে এই নিৰ্দেশ জাৰি কৰে মুখ্য ন্যায়াধীশ চৈয়দ ৰেফাত আহমেদে। ১৯৯৬ চনত আৱামি লীগ পাৰ্টী ক্ষমতালৈ অহাৰ পিছত ১৫ আগষ্টক ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰা হয় আৰু প্ৰতি বছৰে এই দিৱস পালন কৰা হয়।

ৰাষ্ট্ৰীয় শোক দিৱস এইকাৰণেই পালন কৰা হয়, কাৰণ সেই দিনটোতে বাংলাদেশৰ প্ৰতিষ্ঠাপক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালক শেষ কৰি দিয়া হৈছিল। তেওঁলোকৰ ত্যাগক সন্মান জনাই শ্বেখ হাছিনা চৰকাৰে এই দিনটোক ৰাজহুৱা বন্ধ হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে।

কিন্তু ২০০২ চনত বাংলাদেশ জাতীয়তাবাদী পাৰ্টী (BNP) নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১৫ আগষ্টক ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত বাতিল কৰে। তাৰ পিছত ৬ বছৰৰ পাছত উচ্চ ন্যায়ালয়ে বাতিলৰ সিদ্ধান্ত বাতিল কৰি এই দিনটোক পুনৰ ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে প্ৰতিষ্ঠা কৰে।

প্ৰায় ছবছৰৰ পাছত ২০০৮ চনৰ ২৭ জুলাইত উচ্চ ন্যায়ালয়ে ১৫ আগষ্টক ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পুনৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত ২০০৯ চনত উচ্চ ন্যায়ালয়ে ১৫ আগষ্টক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰে আৰু তেতিয়াৰ পৰা এই তাৰিখটো ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পালন কৰা হয়।

কিন্তু ৫ আগষ্টত জনসাধাৰণৰ ব্যাপক বিক্ষোভ, আৱামী লীগ চৰকাৰ উৎখাত আৰু দেশৰ পৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পলায়নৰ পিছত নৱগঠিত অন্তৱৰ্তীকালীন চৰকাৰে ১৫ আগষ্টৰ বাবে চৰকাৰী বন্ধৰ সিদ্ধান্ত বাতিল কৰে।

১৩ আগষ্টত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড০ মহম্মদ ইউনুছৰ অধ্যক্ষতাত অনুষ্ঠিত পৰামৰ্শদাতা পৰিষদৰ বৈঠকত এই ছুটী বাতিলৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়।

ইয়াৰ এদিন পূৰ্বে দেওবাৰে স্থানীয় উচ্চ ন্যায়ালয়ে পূৰ্বৰ ৰায় বাতিল কৰি ২০০৪ চনত আয়োজিত ৰাজনৈতিক সমাৱেশত গ্ৰেনেড আক্ৰমণৰ সৈতে জড়িত গোচৰটোৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰেহমান আৰু আন ৪৮ জন লোকক দোষমুক্ত কৰে। ২০১৮ চনত ৰেলীত গ্ৰেনেড আক্ৰমণৰ গোচৰত ৰেহমান আৰু আন ৪৮ জন লোকক দোষী সাব্যস্ত কৰা হৈছিল।

এই দুৰ্ঘটনাত ২৪ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হয় শ শ লোক। তেতিয়া বিৰোধী দলত আছিল শ্বেখ হাছিনা আৰু প্ৰধানমন্ত্ৰী খালেদা জিয়া। এই সিদ্ধান্তত উচ্চ ন্যায়ালয়ে ৰেহমানক যাৱজ্জীৱন কাৰাদণ্ড আৰু আন ১৯জন দোষীক কঠোৰ শাস্তি প্ৰদান কৰিছিল।

Tags: BangaldeshSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025