• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত পুনৰ ভয়ংকৰ পৰিস্থিতি, আৱামী লীগৰ নেতাৰ গৃহত ৭০-৮০টা আক্ৰমণকাৰীৰ প্ৰৱেশ

Nation NE by Nation NE
April 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাতিল পাছপ’ৰ্ট
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত পুনৰ এবাৰ লক্ষ্য কৰি লোৱা হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক। বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ ছাত্ৰ শাখাৰ বেনাৰত থকা বুলি অভিযোগ উত্থাপন কৰি প্ৰাক্তন মেয়ৰ আনোৱাৰুজ্জামান চৌধুৰী আৰু প্ৰাক্তন সাংসদ ছফিউল আলম চৌধুৰী নাডেলৰ গৃহত আক্ৰমণ সংঘটিত হয় আৰু ভাঙি-ছিঙি সকলো সা-সম্পত্তি লণ্ডভণ্ড কৰে।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, চিলেট বিমানবন্দৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৈয়দ অনিছুৰ ৰহমানে জনোৱা মতে, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকৰ এক হিংস্ৰ দলে প্ৰাক্তন সাংসদ নাডেলৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে।

স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বুধবাৰে বাইকত উঠি ৭০-৮০ জনীয়া ছাত্ৰ উইং সদস্যৰ এটা দলে শোভাযাত্ৰা কৰি চিলেট চহৰৰ হাউছিং এষ্টেট অঞ্চলৰ নাডেলৰ বাসগৃহত উপস্থিত হয়। ঘৰত প্ৰৱেশ কৰি চিচিটিভি কেমেৰা আৰু লেপটপ নষ্ট কৰে।

আন এক ঘটনা সংঘটিত হৈছে চিলেটৰ পাঠানতুলা অঞ্চলত আনোৱাৰুজ্জামান চৌধুৰীৰ ঘৰত আক্ৰমণ। আচবাব আৰু অন্যান্য ঘৰুৱা সামগ্ৰী ভাঙি শেষ কৰি পেলাইছে আক্ৰমণকাৰীয়ে।

জালালাবাদ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হাৰুনুৰ ৰছিদে কয় যে, এই ঘচনাৰ ৰিপৰ্ট পোৱাৰ পিছতে আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, তেওঁলোকৰ ঘৰৰ পৰা মূল্যবান সামগ্রীও চুৰি কৰি লৈ যায় ৰাইজে৷ ঘটনাৰ সময়ত আনোৱাৰুজ্জামানৰ গৃহত কোনো আত্মীয় উপস্থিত নাছিল। দুজন কেয়াৰটেকাৰে তেওঁলোকৰ ঘৰটো চোৱাচিতা কৰিছিল। ইফালে আক্ৰমণকাৰীয়ে তেওঁলোকক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে।

বিগত বৰ্ষত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত অব্যাহত আছে ৰাজনৈতিক হিংসা। একে সময়তে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰখনে এই হিংসাত্মক ঘটনা ৰোধ কৰাত ব্যৰ্থ হৈছে।

বাংলাদেশৰ আগশাৰীৰ দৈনিক কাকত ‘দ্য ঢাকা ট্ৰিবিউন’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ আগষ্ট মাহত সমগ্ৰ বাংলাদেশতে কমেও ২০ জন আৱামি লীগৰ নেতা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ প্ৰাণহানি হৈছিল।

Tags: Awami LeagueBangladeshSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025