• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুৱতীৰে অপকৰ্ম বিএনপি নেতাৰ! ভিডিঅ’ও ভাইৰেল হোৱাৰ পিছতে…

Nation NE by Nation NE
June 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুৱতীৰে অপকৰ্ম বিএনপি নেতাৰ! ভিডিঅ’ও ভাইৰেল হোৱাৰ পিছতে…
Share on FacebookShare on TwitterWhatsApp

পুনৰ সঁচা তথ্য উদঙাই দিলে বাংলাদেশৰ ইউনুছ চৰকাৰ। বাংলাদেশৰ কুমিলা জিলাৰ পৰা পোহৰলৈ অহা এক ভয়ানক অপৰাধে সমগ্ৰ দেশক কঁপাই তুলিছে।

সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক ঘৰত সোমাই অপকৰ্ম সংঘটিত কৰে বিএনপি নেতা এগৰাকীয়ে। তাৰ পিছত তেওঁ ভুক্তভোগীৰ ওপৰত কৰা এই অত্যাচাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেলো কৰি দিলে।

মুৰাদনগৰ উপাজিলাৰ এখন গাঁৱত ৩৮ বছৰীয়া এই অভিযুক্তই বলপূৰ্বকভাৱে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি এই অপকৰ্ম সংঘটিত কৰে। এই সময়ছোৱাত ভুক্তভোগী যুৱতীগৰাকী অকলে আছিল আৰু পৰিয়ালৰ অন্য সদস্যসকলে পূজা অনুষ্ঠানৰ বাবে ওচৰৰ মন্দিৰ এটালৈ গৈছিল।

ভুক্তভোগী যুৱতীগৰাকীৰ মতে, অভিযুক্তই অপকৰ্ম সংঘটিত কৰাই নহয় ঘৰৰ পৰা টানি আনি ৰাজহুৱাভাৱে নিৰ্যাতন চলাইছিল। এই নৃশংসতাৰ ভিডিঅ’টো অভিযুক্ত বা তেওঁৰ সহযোগীয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে।

শুকুৰবাৰে মুৰাদনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে। যেতিয়া ভাইৰেল ভিডিঅ’টো প্ৰচাৰ হয়, তেতিয়া আৰক্ষীয়ে গুৰুতৰ তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তক ঢাকাৰ ছৈদাবাদ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।

প্ৰাথমিক খবৰ অনুসৰি, অভিযুক্তজন বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ স্থানীয় নেতা জনা যায় যদিও একাংশ লোকে তেওঁক শাসকীয় আৱামি লীগৰ সৈতে জড়িত বুলি কয়। এই বিষয়ত দুয়োপক্ষৰ পৰা অভিযোগ আৰু প্রতিৰোধৰ অভিযোগ আৰম্ভ হৈছে, যাৰ বাবে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে৷

আৰক্ষী অধীক্ষক নাজিৰ আহমেদ খানে নিশ্চিত কৰিছে যে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াত মহিলাগৰাকীৰ ফটো আৰু ভিডিঅ’ প্ৰচাৰ কৰাৰ অপৰাধত আন ৪জন ব্যক্তিকো আটক কৰা হৈছে।

এই ঘটনাৰ পিছতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলে সমদল উলিয়াই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। ন্যায়ৰ দাবীত জগন্নাথ হল হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলেও এক সমদল উলিয়ায়।

ইফালে বাংলাদেশ উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ ছ’চিয়েল মিডিয়াৰ পৰা ভাইৰেল ভিডিঅ’টো তৎকালীনভাৱে আঁতৰাবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। আদালতে ভুক্তভোগী মহিলাগৰাকীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য দিবলৈও চৰকাৰক নিৰ্দেশ দিছে।

নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বিগত বৰ্ষৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই দেশত ৰাজনৈতিক অস্থিৰতা আৰু সংখ্যালঘুৰ বিৰুদ্ধে হিংসাৰ ঘটনা বাঢ়িছে।

Tags: BangladeshBNPMolestation

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025