• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ওছমান হাদীৰ হত্যাকাৰীক লৈ বাংলাদেশ আৰক্ষীলৈ বি এছ এফৰ বাৰ্তা, ‘কোনো প্ৰমাণ নাই…..’

Nation NE by Nation NE
December 29, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

মেঘালয়ত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে ২৮ ডিচেম্বৰত ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ সৈতে জড়িত সন্দেহযুক্ত লোকসকলে ভাৰতলৈ পলাই আহি মেঘালয়ত প্ৰৱেশৰ বাংলাদেশ আৰক্ষীৰ দাবীক শুদ্ধভাৱে নাকচ কৰে। বি এছ এফে স্পষ্টভাৱে কয় যে, সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশৰ কোনো প্ৰমাণ পোৱা নাই। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ।

বি এছ এফৰ তথ্য অনুসৰি, বাংলাদেশ আৰক্ষীয়ে হুলুৱাঘাট খণ্ডৰ পৰা মেঘালয়ত সন্দেহযুক্ত লোকৰ প্ৰৱেশৰ খবৰ দিছিল যদিও সীমান্ত বাহিনীয়ে এনে কোনো কাৰ্যকলাপৰ কোনো ৰেকৰ্ড বা তথ্য নাপালে। এই বিবৃতিটোৱে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত দুয়োখন দেশৰ মাজত আলোচনা আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

মেঘালয়ৰ বি এছ এফৰ মহাপৰিদৰ্শক অ’ পি উপাধ্যায়ে কয় যে এই দাবী ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। হুলুৱাঘাট খণ্ডৰ পৰা কোনোবাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ মেঘালয়লৈ সোমাইছিল বুলি কোনো প্ৰমাণ পোৱা নাই।তেওঁ আৰু কয় যে বি এছ এফে এনে ঘটনাৰ কোনো খবৰ পোৱা নাই। বি এছ এফে দাবী কৰিছে যে সীমান্তত কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ তৎকালীনভাৱে ধৰা পৰাটো নিশ্চিত কৰিবলৈ সীমান্তত কঠোৰ চোৰাংচোৱাগিৰি আৰু সতৰ্কতা অব্যাহত ৰখা হৈছে।

ইয়াৰ পূৰ্বে ঢাকা মহানগৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দাবী কৰিছিল যে হাদী হত্যাকাণ্ডৰ মূল অভিযুক্ত দুজনে স্থানীয় সহযোগীসকলৰ সহায়ত মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলত প্ৰৱেশ কৰিছিল। অভিযুক্তক সহায় কৰা দুজন ব্যক্তিক ভাৰতত আটক কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে।

বাংলাদেশত চলি থকা অশান্তি আৰু অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা আৰু চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে বুলি বি এছ এফৰ বিষয়াসকলে উল্লেখ কৰে। মেঘালয়ৰ পশ্চিম অংশত অৱস্থিত আৰু বাংলাদেশৰ সীমান্তৱৰ্তী গাৰো পাহাৰ অঞ্চলটো কেৱল বি এছ এফৰ দ্বায়িত্বত।

Tags: BangladeshBSFMeghalaya

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025