• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বেখ হাছিনাৰ উৎখাতৰ দিনটো ৰাষ্ট্ৰীয় বন্ধ ঘোষণা ইউনুছ চৰকাৰৰ

Nation NE by Nation NE
June 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হিংসাৰে আৰম্ভ হৈ হিংসাতেই সমাপ্ত নেকি শ্বেখ হাছিনাৰ ৰাজনৈতিক কাহিনী?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰক উৎখাতৰ দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মহম্মদ ইউনুছ নেতৃ্ত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈকে এই উদযাপনৰ কাৰ্যসূচী চলিব।

উল্লেখ্য যে, চৰকাৰী চাকৰি সংৰক্ষণৰ বিৰোধিতাৰে দেশখনৰ লাখ-লাখ শিক্ষাৰ্থীয়ে চলোৱা তীব্ৰ প্ৰতিবাদৰ পিছতেই বিগত বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰিছিল। পলায়নৰ দিনৰে পৰাই শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈ আছে।

এই ঐতিহাসিক আন্দোলন আৰু প্ৰতিবাদৰ ফলশ্ৰুতিত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰা দিনটো অৰ্থাত ৫ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে।

স্মৰ্তব্য যে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হয় অন্তৱৰ্তীকালীন চৰকাৰ। এই অন্তৱৰ্তীকালীন চৰকাৰে ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈ হাছিনা চৰকাৰৰ উৎখাতৰ বৰ্ষপূৰ্তি উদযাপন কৰিব।

Tags: BangladeshNational HolidayOusterSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025