• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মানহাছ BCCIৰ নতুন সভাপতি, ৰাজীৱ শুক্লা আৰু দেৱজিৎ শইকীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা লাভ

Nation NE by Nation NE
September 28, 2025
in Top News, ক্ৰীড়া
0 0
মানহাছ BCCIৰ নতুন সভাপতি, ৰাজীৱ শুক্লা আৰু দেৱজিৎ শইকীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা লাভ
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গঠন কৰিছে নতুন কাৰ্যনিৰ্বাহক সমিতি। ২৮ ছেপ্টেম্বৰ শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে। এই বৈঠকৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেটৰ বাঘজৰী নতুন হাতলৈ স্থানান্তৰিত হৈছে।

বি চি চি আইৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ মিথুন মানহাছ। ৰাজীৱ শুক্লাক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। দেৱজিৎ শইকীয়াক ব’ৰ্ডৰ নতুন সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।

আকৌ প্ৰভতেজ সিং ভাটিয়াক যুটীয়া সম্পাদক, আৰু এ ৰঘুৰাম ভাটক কোষাধ্যক্ষ নিৰ্বাচিত কৰা হৈছে। নতুন কাৰ্যনিৰ্বাহক সমিতিখনে পৰৱৰ্তী কাৰ্যকালৰ বাবে ভাৰতীয় ক্ৰিকেট সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ নীতিৰ ওপৰত কাম কৰিব।

কেৱল শীৰ্ষ পদতেই নহয়, বিচিচিআইৰ ভিতৰত অন্যান্য গুৰুত্বপূৰ্ণ পদতো নতুন মুখৰ উন্মেষ ঘটিছে। জয়দেৱ নিৰঞ্জন শ্বাহক এপেক্স কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। অৰুণ সিং ধুমল আৰু এম খাইৰুল জামাল মাজৰুমদাৰক গভৰ্নিং কাউন্সিলৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। এই দলটোৱে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেটৰ শাসন ব্যৱস্থা আৰু নতুন পৰিকল্পনাৰ ওপৰত কাম কৰিব।

৪৫ বছৰীয়া মিথুন মানহাছে হয়তো টিম ইণ্ডিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা নাছিল যদিও ঘৰুৱা ক্ৰিকেটত তেওঁৰ অভিলেখ প্ৰশংসনীয়। প্ৰথম শ্ৰেণীৰ ১৫৭খন খেলত ২৭টা শতককে ধৰি ৯,৭১৪ ৰান সংগ্ৰহ কৰিছে। লিষ্ট এ ক্ৰিকেটতো তেওঁ ৪,১২৬ ৰান সংগ্ৰহ কৰি নিজৰ স্থান দখল কৰিছে। দিল্লী ৰঞ্জী দলৰ অধিনায়ক হিচাপে তেওঁ দীৰ্ঘদিন ধৰি ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছিল, দলটোক অসংখ্য সময়ত কঠিন পৰিস্থিতিৰ পৰা জয়ৰ দিশত আগুৱাই লৈ গৈছিল। মানহাছৰ আই পি এল খেলাৰ অভিজ্ঞতাও আছে। দিল্লী ডেয়াৰডেভিলছ, কিংছ একাদশ পঞ্জাব, পুনে ৱাৰিয়ৰ্ছৰ দৰে দলৰ হৈ খেলিছে।

বি চি চি আইৰ সভাপতি হোৱাৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যোৱাৰ উল্লেখযোগ্য দায়িত্ব মনহাছৰ ওপৰত থাকিব। ভৱিষ্যতে তেওঁ ঘৰুৱা গাঁথনি শক্তিশালী কৰাৰ লগতে খেলুৱৈসকলক উন্নত সুবিধা প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Tags: #BCCI#cricketSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025