• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভ্ৰষ্টাচাৰৰ অভিযোগঃ বিচাৰৰ পূৰ্বে ৰাষ্ট্ৰপতি ক্ষমা বিচাৰি পত্ৰ বেঞ্জামিন নেত্যান্যাহুৰ

Nation NE by Nation NE
December 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Share on FacebookShare on TwitterWhatsApp

গাজাত আক্ৰমণ কৰি এতিয়া ক্ষমা বিচাৰি হায়ৰান ইজৰাইলৰ প্ৰধানমন্ত্ৰী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে তেওঁৰ বিৰুদ্ধে চলি থকা দীঘলীয়া দুৰ্নীতিৰ গোচৰৰ অন্ত পেলাবলৈ দেশখনৰ ৰাষ্ট্ৰপতিৰ পৰা আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছে।

গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰিবলৈ আৱেদন কৰিছে বেঞ্জামিন নেত্যান্যাহুয়ে। নেত্যান্যাহুৰ অধিবক্তাই ইতিমধ্যে ১১১ পৃষ্ঠাৰ দস্তাবেজ দাখিল কৰিছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত। গাজাত চলোৱা আক্ৰমণৰ বাবে নেত্যান্যাহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় আদালতে

নৰসংহাৰ চলোৱাৰ অভিযোগত ইজৰাইলৰ বিৰুদ্ধে গোচৰ তৰিছিল দক্ষিণ আফ্ৰিকাইয়ো।আন্তঃৰাষ্ট্ৰীয় আদালতত ইজৰাইলৰ প্ৰধানন্ত্ৰীৰ শাস্তি বিচাৰি গোচৰ দিছিল দক্ষিণ আফ্ৰিকাই

যাৰ বাবে ৩০ নৱেম্বৰত জাৰি কৰা এক বিবৃতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে, নেতান্যায়াহুৱে ৰাষ্ট্ৰপতি ভৱনৰ আইনী বিভাগত আনুষ্ঠানিকভাৱে ক্ষমা আবেদন দাখিল কৰিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ইয়াক “অসাধাৰণ অনুৰোধ” বুলি অভিহিত কৰি ইয়াৰ “গুৰুতৰ আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ” স্বীকাৰ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক নেতান্যায়াহুক ক্ষমা কৰিবলৈ ৰাজহুৱাভাৱে আবেদন জনোৱাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে এই আবেদন প্ৰকাশ পাইছে।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই অনুৰোধ লাভ কৰাটো নিশ্চিত কৰি কয় যে ইয়াক “চৰম দায়িত্ব আৰু গুৰুত্বসহকাৰে” বিবেচনা কৰা হ’ব। ক্ষমা প্ৰক্ৰিয়াৰ বাবে ন্যায় মন্ত্ৰালয়ৰ মতামত বিচৰা আৰু জনস্বাৰ্থৰ মূল্যায়ন কৰাটো প্ৰয়োজন।

Tags: Benjamin NetanyahuFogive

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025