• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

Nation NE by Nation NE
July 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক  কি খোলা থাকিব আৰু কি বন্ধ থাকিব…
Share on FacebookShare on TwitterWhatsApp

আজি ৯ জুলাইত সমগ্ৰ দেশতে ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ দেখা যায়। কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী সংগঠনসমূহে, যিটো নীতি-নিয়মক শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু কৰ্পৰেট সমৰ্থক বুলি গণ্য কৰা হয়।

এই ধৰ্মঘটত বেংকিং, পৰিবহণ, ডাক সেৱা, কয়লা খনন আৰু নিৰ্মাণ খণ্ডৰ প্ৰায় ২৫ কোটি কৰ্মচাৰী আৰু গ্ৰাম্য শ্ৰমিকে অংশগ্ৰহণ কৰিছে। ইয়াৰ ফলত বহু ৰাজ্যৰ ৰাজহুৱা সেৱাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয়সমূহ স্বাভাৱিকভাৱে খোলা থাকিব বুলি আশা কৰা হৈছে যদিও পৰিবহণ, বেংক আৰু ডাক সেৱাত ব্যাঘাত জন্মালে স্বাভাৱিক জীৱনত প্ৰভাৱ পৰিব পাৰে।

ভাৰত বন্ধই বিদ্যুৎ যোগানতো প্ৰভাৱ পেলাব পাৰে। বিদ্যুৎ খণ্ডৰ সৈতে জড়িত ২৭ লাখৰো অধিক কৰ্মচাৰীয়ে এই দেশজোৰা ধৰ্মঘটত যোগদান কৰিবলৈ ওলাইছে, যাৰ ফলত বহু ৰাজ্যত বিদ্যুৎ যোগানত ব্যাঘাত জন্মিব পাৰে।

ট্ৰেড ইউনিয়নৰ মতে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে আয়োজন কৰা এই ধৰ্মঘটত বিদ্যুৎ শ্ৰমিকৰ বৃহৎ পৰিসৰৰ অংশগ্ৰহণ থাকিব। এনে পৰিস্থিতিত বহু ক্ষেত্ৰত বিদ্যুৎ কৰ্তন অথবা সেৱাত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে।

ৰে’ল সংঘই ভাৰত বন্ধত অংশগ্ৰহণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও এই ধৰ্মঘটৰ ফলত ৰে’ল সেৱাত পৰোক্ষ প্ৰভাৱ পৰিব পাৰে। সমগ্ৰ ৰে’ল নেটৱৰ্ক স্থবিৰ হৈ পৰাৰ কোনো সম্ভাৱনা নাই, তথাপিও কিছুমান পথত ৰে’ল চলাচলত পলম হ’ব পাৰে, প্লেটফৰ্মত ভিৰ হ’ব পাৰে বা স্থানীয় অৱৰোধ হ’ব পাৰে। যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে নিজৰ পথৰ অৱস্থা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

এই ধৰ্মঘটৰ নেতৃত্ব দিয়া ১০টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৃষক সংগঠনে কয় যে কেন্দ্ৰীয় চৰকাৰৰ নীতি শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু কৰ্পৰেট সমৰ্থক। চৰকাৰৰ সন্মুখত ৯টা ডাঙৰ দাবী উত্থাপন কৰিছে।

  • চাৰিখন নতুন শ্ৰম সংহিতা প্ৰত্যাহাৰ কৰিব লাগে।
  • যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টি আৰু চৰকাৰী খালী পদসমূহ তৎকালীনভাৱে পূৰণ কৰিব লাগে।
  • প্ৰতিমাহে নূন্যতম ২৬ হাজাৰ টকা মজুৰি নিশ্চিত কৰিব লাগে।
  • পুৰণি পেঞ্চন আঁচনি (OPS) পুনৰুদ্ধাৰ কৰিব লাগে।
  • ৮ ঘণ্টীয়া কৰ্মদিনৰ নিশ্চয়তা থাকিব লাগে।
  • এম জি এনৰেগা চহৰ অঞ্চললৈ সম্প্ৰসাৰিত কৰিব লাগে।
  • অগ্নিপথ আঁচনি বাতিল কৰিব লাগে।
  • ধৰ্মঘট আৰু সংঘ গঠনৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে।
  • স্বাস্থ্য আৰু শিক্ষাৰ দৰে ৰাজহুৱা সেৱাসমূহ শক্তিশালী কৰিব লাগে।

Tags: labourProtestStrike

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025