• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বছৰত ৫২টা জুম্মা নামাজ আৰু হোলী এদিন, ৰঙক লৈ সমস্যা থকাসকলে ঘৰতে থাকক : বিষয়াৰ ডাঙৰ মন্তব্য

Nation NE by Nation NE
March 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বছৰত ৫২টা জুম্মা নামাজ আৰু হোলী এদিন, ৰঙক লৈ সমস্যা থকাসকলে ঘৰতে থাকক : বিষয়াৰ ডাঙৰ মন্তব্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

হোলী উৎসৱৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে চম্ভল কোতৱালি থানাত শান্তি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। হোলীৰ দিনটোতে পৰিছে জুম্মা নামাজ। সেয়ে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে এই গুৰুত্বপূৰ্ণ শান্তি সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চম্ভলৰ চি অ’ অনুজ চৌধৰীয়ে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ কঠোৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শান্তিপূৰ্ণভাৱে হোলী উৎসৱ উদযাপনৰ বাবে যোৱা এমাহ ধৰি বিভিন্ন পৰ্যায়ত শান্তি সমিতিৰ বৈঠক চলি আছে বুলিও তেওঁ কয়।

অনুজ চৌধৰীয়ে কয় যে হোলী বছৰত এবাৰ অহা উৎসৱ, আনহাতে বছৰত ৫২ বাৰকৈ শুকুৰবাৰৰ নামাজ পঢ়া হয়। কোনোবাই যদি হোলীৰ ৰঙক লৈ অস্বস্তি অনুভৱ কৰে তেন্তে সেইদিনা ঘৰৰ ভিতৰতে থাকিব লাগে। বাহিৰলৈ ওলাই অহাসকলে মুকলি মনেৰে চিন্তা কৰিব লাগে, কিয়নো উৎসৱবোৰ একেলগে পালন কৰিব লাগে। চৌধৰীয়ে দুয়োটা সম্প্ৰদায়ক ইজনে সিজনৰ আৱেগক সন্মান জনাবলৈ আহ্বান জনায়।

তেওঁ লগতে কয় যে, মুছলমান সম্প্ৰদায়ৰ লোকসকলে যিদৰে ঈদক লৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে, ঠিক সেইদৰে দিন্তু সকলেও হোলীৰ বাবে অপেক্ষা কৰি থাকে। লোকসকলে ৰং সানি, মিঠাই বিতৰণ কৰি আনন্দ মনেৰে পালন কৰিব লাগে।

ইফালে যিসকলে হোলী উসৱত অংশ ল’ব নিবিচাৰে তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে ৰং প্ৰয়োগ নকৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

Tags: HOLIRAMADANSambhal

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025