• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিজেপিৰ মাষ্টাৰষ্ট্ৰ’ক! দিল্লীৰ নতুন মুখ্যমন্ত্ৰী সংখ্যালঘু সমষ্টিৰ বিধায়িকা

Nation NE by Nation NE
February 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজেপিৰ মাষ্টাৰষ্ট্ৰ’ক! দিল্লীৰ নতুন মুখ্যমন্ত্ৰী সংখ্যালঘু সমষ্টিৰ বিধায়িকা
Share on FacebookShare on TwitterWhatsApp

২৭ বছৰৰ অন্তত দিল্লীত বিজেপি পুনৰ ক্ষমতালৈ আহিছে। গতিকে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই লৈছে এক মাষ্টাৰষ্ট্ৰ’ক।

১৯৯৮ত শেষবাৰৰ বাবে দিল্লীত বিজেপিৰ ক্ষমতা আছিল, তেতিয়া মুখ্যমন্ত্ৰী আছিল বিজেপিৰ সুষমা স্বৰাজ। কিন্তু সুষমা স্বৰাজৰ পিছত দিল্লীৰ ক্ষমতা যায় কংগ্ৰেছলৈ।

এতিয়া ২০২৫ চনত ক্ষমতালৈ আহি বিজেপিয়ে এক নতুন কৌশল লৈছে। সেয়া হৈছে ৰেখা গুপ্তাক মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত কৰা।

অৱশ্যে ৰেখা গুপ্তাৰ নাম ঘোষণাৰ পূৰ্বে বুধবাৰে সন্ধিয়ালৈকে দলৰ শীৰ্ষ নেতা-পৰ্যবেক্ষকৰ দীঘলীয়া ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়। তাৰপিছত দীৰ্ঘদিনীয়া উৎসুকতাৰ অন্তত অৱশেষত ৰেখা গুপ্তাক বিজেপি বিধানসভাৰ নেত্ৰী নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছতেই দিল্লীত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হয়।

নাম ঘোষণাৰ পিছতেই ৰেখা গুপ্তাক অভিনন্দন জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীকে আদি কৰি অৰবিন্দ কেজৰিৱালেও ৰেখা গুপ্তাক অভিনন্দন জনায়। লগতে অৰবিন্দ কেজৰিৱালে দিল্লী চৰকাৰক উন্নয়নমূলক কামত গঠনমূলক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে ৰেখা গুপ্তাই জানিবলৈ দিয়ে যে দিল্লীৰ উন্নয়নৰ দায়িত্ব পালন কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু। এয়া আছিল শপতগ্ৰহণৰ পূৰ্বে ৰেখা গুপ্তাৰ দিল্লীলৈ দিয়া প্ৰথম প্ৰতিশ্ৰুতি।

ৰেখা গুপ্তা প্ৰথমবাৰৰ বাবে সংখ্যালঘু সমষ্টি শালীমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছিল। তেওঁ আম আদমি পাৰ্টিৰ নেত্ৰী বন্দনা কুমাৰীক পৰাস্ত কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ সক্ৰিয় অংশ হিচাপে কাম কৰি আহিছে তেখেতে। এবিভিপিৰ সম্পাদিকা হিচাপে কাম কৰি আহিছে।

দিল্লীৰ ৰাজনীতিত বিজয় বা পৰাজয়ৰ বাবে দলিত আৰু মুছলমান বিষয়বোৰো মহিলাৰ সমস্যাৰ দৰেই গুৰুত্বপূৰ্ণ হৈ আহিছে। আৰম্ভণিৰে পৰাই আম আদমী পাৰ্টিয়ে বিনামূলীয়া বাছ যাত্ৰা, মহল্লা ক্লিনিকৰ দৰে আঁচনিৰে দিল্লীৰ মহিলা ভোট বেংকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ ৬০.৯২ শতাংশ মহিলাই ভোটদান কৰাৰ বিপৰীতে ৬০.২০ শতাংশ পুৰুষে ভোটদান কৰে। যিহেতু মহিলাসকলে বৃহৎ সংখ্যক ভোটদানত অংশ লৈছিল, সেয়েহে মহিলা মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক মহিলাৰ সপক্ষে নতুন উপহাৰ বুলি ক’ব পাৰি।

এইদৰে ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী কৰি বিজেপিয়ে কেৱল দিল্লীকে নহয় বিহাৰ আৰু পশ্চিমবংগকো লক্ষ্য কৰি লৈছে।

ইফালে আজি শপতগ্ৰহণৰ বাবে দিল্লীৰ ৰামলীলা ময়দান আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। লগতে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। পুৱা ১০ বজাত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীত একত্ৰিত হৈছে বিজেপিৰ সকলো শীৰ্ষ নেতৃত্ব।

Tags: #DelhiBJPCM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025