• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নীলা অৰ্থনীতি কি? যাৰ বাবে ইটালীয়ে সমৰ্থন বিচাৰে ভাৰতৰ

Nation NE by Nation NE
December 3, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নীলা অৰ্থনীতি কি? যাৰ বাবে ইটালীয়ে সমৰ্থন বিচাৰে ভাৰতৰ
Share on FacebookShare on TwitterWhatsApp

বিগত কেইমাহটামানৰ ঘটনাবোৰ চালে দেখা যায় যে ভাৰত আৰু ইটালীৰ সম্পৰ্কত যথেষ্ট ঘনিষ্ঠতা বৃদ্ধি হৈছে। ইয়াৰ আঁৰৰ এটা কাৰণ হ’ল ইটালীৰ নীলা অৰ্থনীতি আৰু মহাকাশ অৰ্থনীতিৰ ওপৰত ক্ৰমান্বয়ে গুৰুত্ব আৰোপ।

শেহতীয়াকৈ মুম্বাইৰ ইন্দিৰা ডকত অনুষ্ঠিত ব্লু এণ্ড স্পেচ ইকনমি কনফাৰেন্সে ভাৰত আৰু ইটালীৰ মাজত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। এই সন্মিলনত দুয়োখন দেশৰ চৰকাৰী প্ৰতিনিধি, প্ৰতিষ্ঠান আৰু কোম্পানীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উদ্বোধন কৰে ভাৰতত থকা ইটালীৰ ৰাষ্ট্ৰদূত এণ্টনিঅ’ বাৰ্ট’লিয়ে।

ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাকাশ খণ্ডত ভাৰতৰ সাফল্য আৰু নীলা অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ে কয়।

নীলা অৰ্থনীতি কি?

নীলা অৰ্থনীতিৰ অৰ্থ হ’ল সামুদ্ৰিক সম্পদৰ বহনক্ষম আৰু পদ্ধতিগত ব্যৱহাৰ। ইয়াত মীন, সাগৰৰ পাৰৰ শক্তি, সাগৰীয় জৈৱ প্ৰযুক্তি আৰু সামুদ্ৰিক পৰিবহণৰ দৰে খণ্ডক প্ৰসাৰিত কৰাত গুৰুত্ব দিয়া হৈছে।

একে সময়তে মহাকাশ অৰ্থনীতিয়ে মহাকাশ প্ৰযুক্তি আৰু গৱেষণাৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্য্যকলাপক প্ৰসাৰিত কৰে। ইটালীৰ উদ্যোগ মন্ত্ৰী এডলফো উৰ্ছ’ই কয় যে- ইটালীয়ে ১৯৬৪ চনত প্ৰথমটো উপগ্ৰহ ছান মাৰ্কো-১ উৎক্ষেপণ কৰিছিল। আজি মহাকাশ অৰ্থনীতিত প্ৰযুক্তি, ঔদ্যোগিক আৰু মানৱ সম্পদৰ ক্ষেত্ৰত ইটালীৰ গুৰুত্বপূৰ্ণ সামৰ্থ্য আছে।

ইটালীৰ বাবে ভাৰত কিয় বিশেষ?

সন্মিলনৰ প্ৰথম পেনেল, মহাকাশ: দ্বিপাক্ষিক সহযোগিতা আৰু আঞ্চলিক ফুটপ্ৰিণ্টত লিওনাৰ্ডো ইণ্টাৰনেশ্যনেলৰ জেনেৰেল মেনেজাৰ এনৰিকো ছাভিঅ’ই ভাৰতৰ মহাকাশ সাফল্যৰ প্ৰশংসা কৰে। তেওঁ কয় যে- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰত্যাহ্বান হৈছে ইটালীৰ মূল্য শৃংখলক ভাৰতৰ উদ্যোগিক পৰিৱেশ তন্ত্ৰত কেনেদৰে একত্ৰিত কৰিব পাৰি।

মহাকাশ খণ্ডত ভাৰতৰ সক্ৰিয়তা আৰু ইয়াৰ উদ্যোগিক পৰিৱেশ তন্ত্ৰৰ শক্তিক এই অংশীদাৰিত্বৰ মূল ভিত্তি হিচাপে অভিহিত কৰে ছাভিওৱে। “চেলিং ইনটু দ্য ব্লু ইকনমি: নেভিগেটিং ছাষ্টেনেবল এণ্ড ছিকিউৰ ছিজ” শীৰ্ষক পেনেলত সামুদ্ৰিক ক্ষেত্ৰত নিৰাপত্তা আৰু স্থিতিশীলতাৰ বিষয়ে আলোচনা কৰা হয়।

লিওনাৰ্ডো কোম্পানীৰ জ্যেষ্ঠ উপ-সভাপতি এঞ্জেলো চেচিনিয়ে কয় যে- তেওঁৰ কোম্পানীয়ে সামুদ্ৰিক খণ্ডত স্থিতিশীলতা আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ভাৰতীয় অংশীদাৰৰ সৈতে কাৰিকৰী সহযোগিতাৰ অগ্ৰাধিকাৰ দিয়ে।

ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে নিজ নিজ অঞ্চলত ইটালী আৰু ভাৰত প্ৰধান খেলুৱৈ। ভূমধ্যসাগৰীয় অঞ্চলত ইটালী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত সক্ৰিয়। এই অংশীদাৰিত্বই দুয়োখন দেশৰ বিশ্বব্যাপী ভূমিকা আৰু অধিক শক্তিশালী কৰিব। এই সহযোগিতা ভাৰত মহাসাগৰত সামুদ্ৰিক সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী, পাইৰেচি আদি প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰতো উপযোগী হ’ব।

নীলা অৰ্থনীতি আৰু মহাকাশ অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত আৰু ইটালীৰ মাজত সহযোগিতাই এই ক্ষেত্ৰসমূহত নতুন সম্ভাৱনাৰ সৃষ্টি কৰাই নহয়, কৌশলগত আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও দুয়োখন দেশৰ বাবে উপকাৰী হ’ব। এই অংশীদাৰিত্বই বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ মোকাবিলা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাতো সহায় কৰিব।

Tags: Blue EconomyIndiaItaly

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025