• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘোষণা কৰা হ’ল BTC নিৰ্বাচনৰ দিন; পঢ়ক সবিশেষ…

Nation NE by Nation NE
August 26, 2025
in Top News, BIG BREAKING, অসম
0 0
অহা সপ্তাহত ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ!

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ঘোষণা কৰা হ’ল বিটিচি নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। ২৬ ছেপ্তেম্বৰত হ’ব ভোটগণনা।

নিৰ্বাচন আয়োগে জাৰি কৰা বিবৃতি অনুসৰি, এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২ ছেপ্তেম্বৰ। ৪ ছেপ্টেম্বৰত হ’ব মনোনয়ন পৰীক্ষা। মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৬ ছেপ্টেম্বৰ।

পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’বলগীয়া ভোটগ্রহণত মুঠ ২৬,৫৭,৯৩৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। মুঠ ভোটাৰৰ ভিতৰত ১৩,২৩,৩৯৯ গৰাকী পুৰুষ ভোটাৰ আৰু ১৩,৩৪,৫২১ গৰাকী মহিলা ভোটাৰ।

উল্লেখ্য যে, মুঠ ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰে ৩০টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। ৫টা সমষ্টি সংৰক্ষিত অজনজাতীয় লোকৰ বাবে। অন্য ৫টা সমষ্টি সকলো জনগোষ্ঠীয় লোকৰ বাবে মুকলি।

Tags: BJPBPFBTCBTC ElectionBTRUPPL

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025