• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধাৰাসাৰ বৰষুণৰ মাজতে দলঙৰ পৰা বাগৰিল যাত্ৰীবাহী বাছ; ৮ জনৰ মৃত্যু

Nation NE by Nation NE
December 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ধাৰাসাৰ বৰষুণৰ মাজতে দলঙৰ পৰা বাগৰিল যাত্ৰীবাহী বাছ; ৮ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে পঞ্জাৱৰ বাথিণ্ডাত মুষলধাৰ বৰষুণৰ মাজতে এখন দলঙৰ পৰা বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাটোৰ ফলত বাছখনত যাত্ৰা কৰা ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দলংখনত ৰেলিং নোহোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ দল। স্থানীয় লোকেও সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰৰ কাম কৰে। এই দুৰ্ঘটনাত বহু লোকো আহত হয়। আহত লোককেইজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

দুৰ্ঘটনাটোৰ পিছত ঘটনাস্থলত উপস্থিত হোৱা বিষয়াসকলে জানিব দিয়া অনুসৰি, ৩০ জনতকৈ অধিক যাত্ৰী লৈ তালৱাণ্ডী ছাবোৰ পৰা বাথিণ্ডালৈ গৈ আছিল বাছখন।

বাথিণ্ডা-শ্বাৰ্দুলগড় পথত এটা ব্যক্তিগত পৰিবহণ কোম্পানীৰ বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ২৪ জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰতিকূল বতৰৰ বাবে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পিছলি গৈ দলঙৰ তলত পৰে বুলি সন্দেহ কৰা হৈছে।

Tags: Bus AccidentHeavy RainPunjab

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025