• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

CBSEৰ দশম-দ্বাদশ পৰীক্ষাৰ বাবে কেতিয়া মুকলি হ’ব এডমিট কাৰ্ড… জানক সবিশেষ

Nation NE by Nation NE
January 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
CBSEৰ দশম-দ্বাদশ পৰীক্ষাৰ বাবে কেতিয়া মুকলি হ’ব এডমিট কাৰ্ড… জানক সবিশেষ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শীঘ্ৰেই দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (চিবিএছই)। লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে এই আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। নিয়মীয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয়ৰ পৰা এডমিট কাৰ্ড লাভ কৰিব, আনহাতে ব্যক্তিগত ছাত্ৰ-ছাত্ৰীয়ে চিবিএছইৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।

পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ বাবে এডমিট কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। এডমিট কাৰ্ড অবিহনে পৰীক্ষা হলত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব, সেয়েহে পৰীক্ষাৰ দিনা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লগত এডমিট কাৰ্ড থকাটো নিশ্চিত কৰিব লাগিব।

কেতিয়া দিয়া হ’ব এডমিট কাৰ্ড?

জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে এডমিট কাৰ্ড মুকলি কৰাৰ সম্ভাৱনা আছে।

২০২৪ চনত ৫ ফেব্ৰুৱাৰীত এডমিট কাৰ্ড প্ৰদান কৰা হৈছিল।

২০২৩ চনত ৮ ফেব্ৰুৱাৰীত এডমিট কাৰ্ড প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে, দুয়োটা বছৰতে পৰীক্ষা আৰম্ভ হৈছিল ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা (১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ)। এই ভিত্তিত ২০২৫ চনৰ এডমিট কাৰ্ডো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰাৰ সম্ভাৱনা আছে। এডমিট কাৰ্ডত পৰীক্ষাৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য থাকিব। এইবোৰত ছাত্ৰৰ নাম, ৰোল নম্বৰ, পৰীক্ষা কেন্দ্ৰৰ ঠিকনা, পৰীক্ষাৰ তাৰিখ আৰু সময় আদি সবিশেষ তথ্য সন্নিবিষ্ট কৰা হয়।

কেতিয়া পাব এডমিট কাৰ্ড?

পৰীক্ষাৰ প্ৰায় এসপ্তাহ পূৰ্বে চিবিএছইয়ে এডমিট কাৰ্ড মুকলি কৰে। ২০২৫ চনৰ পৰীক্ষাৰ বাবেও ২৬ জানুৱাৰীৰ পিছত যিকোনো সময়তে এডমিট কাৰ্ড মুকলি কৰিব।

ব্যক্তিগত আৰু নিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পদ্ধতি

নিয়মীয়া ছাত্ৰ-ছাত্ৰী: নিজৰ স্কুলৰ পৰা এডমিট কাৰ্ড লাভ কৰিব পাৰিব।

ব্যক্তিগত ছাত্ৰ-ছাত্ৰী: চিবিএছইৰ অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

Tags: Admit CardCBSE

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025