• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘দোষী সাংসদৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহয়’, সৰ্বোচ্চ ন্যায়ালক উত্তৰ কেন্দ্ৰৰ

Nation NE by Nation NE
February 26, 2025
in Top News, ৰাজনীতি
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দোষী সাংসদ-বিধায়কসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদনত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আদালতত কয় যে অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা ৰাজনীতিবিদৰ ওপৰত আজীৱন নিষেধাজ্ঞা অধিক কঠোৰ হ’ব। কেন্দ্রীয় চৰকাৰে বৰ্তমান প্রচলিত আইনখনৰ পোষকতা কৰি ইয়াক অব্যাহত ৰাখিব লাগে বুলি কৈছে।

বৰ্তমানৰ আইন অনুসৰি যদি কোনো ব্যক্তিক দুবছৰতকৈ অধিক কাৰাদণ্ড দিয়া হয় তেন্তে শাস্তি সম্পূৰ্ণ কৰাৰ পিছত ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰা হয়। অৰ্থাৎ এজন ব্যক্তিয়ে নিজৰ শাস্তি ছবছৰ সম্পূৰ্ণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।

২৫ ফেব্ৰুৱাৰী অৰ্থাত মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে দাখিল কৰা শপতনামাত কোৱা হৈছে, ‘সংসদীয় নীতি অনুসৰি জাৰি কৰা ধাৰাসমূহৰ অধীনত কৰা অযোগ্যতা সময়সীমাত সীমাবদ্ধ। এই বিষয়ত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উপযুক্ত নহ’ব।’

উল্লেখ্য যে, ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৮ আৰু ৯ নং ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই ২০১৬ চনত অধিবক্তা অশ্বিনী উপাধ্যায়ে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। আবেদিনত কোৱা হৈছিল যে ৰাজনৈতিক দলসমূহে কিয় ভাল ভাবমূর্তি থকা নেতা বিচাৰি উলিয়াব পৰা নাই সেই কথা বুজাব লাগে৷

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছিল যে যেতিয়া কোনো চৰকাৰী কৰ্মচাৰী দোষী সাব্যস্ত হয়, তেতিয়া তেওঁ আজীৱন সেৱাৰ পৰা বাহিৰত থাকে, তেন্তে দোষী সাব্যস্ত হোৱা ব্যক্তি পুনৰ কেনেকৈ সংসদলৈ যাব?

আদালতে প্ৰশ্ন কৰিছিল যে আইন ভংগ কৰাসকলে আইন প্ৰণয়নৰ কাম কেনেকৈ কৰিব পাৰে? কেন্দ্ৰীয় চৰকাৰে শপতনামাত উল্লেখ কৰিছে যে সাংসদসকলৰ অযোগ্যতাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ সম্পূৰ্ণৰূপে সংসদৰ ওপৰত নিৰ্ভৰশীল আৰু সেয়া ন্যায়িক পৰ্যালোচনাৰ বাহিৰত।

Tags: Ban on PoliticiansCentral GovtCriminal CasePolitical PartypoliticsSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025