• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ওমৰ আব্দুল্লাৰ

Nation NE by Nation NE
October 25, 2024
in Top News, অসম
0 0
মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ওমৰ আব্দুল্লাৰ
Share on FacebookShare on TwitterWhatsApp

২৪ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। যোৱা সপ্তাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই ওমৰ আব্দুল্লাৰ এইটোৱেই প্ৰথম দিল্লী ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বে ওমৰ আব্দুল্লাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙকো সাক্ষাৎ কৰে।

কেন্দ্ৰীয় শাসিত প্ৰশাসনৰ কাম-কাজ সুকলমে পৰিচালনা কৰাত কেন্দ্ৰৰ পৰা সহযোগিতা বিচাৰি আব্দুল্লাই নৱনিৰ্বাচিত বিধানসভা জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্য প্ৰদানৰ প্ৰস্তাৱ গৃহীত কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে।

তথ্য অনুসৰি, ওমৰে যোৱা সপ্তাহত তেওঁৰ মন্ত্ৰীসভাই গৃহীত কৰা এটা প্ৰস্তাৱো দাখিল কৰিছিল, য’ত কেন্দ্ৰক জম্মু-কাশ্মীৰৰ ৰাজ্যিক অৱস্থা “মূল ৰূপত” পুনৰ ঘূৰাই আনিবলৈ আহ্বান জনোৱা হৈছে।

শেহতীয়াকৈ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনত আব্দুল্লাৰ দল নেচনেল কনফাৰেন্সে ৯০খন বিধানসভাৰ আসনৰ ভিতৰত ৪২খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল। নিৰ্বাচনত কংগ্ৰেছৰ সৈতে দলটোৰ মিত্ৰতা আছিল।

নতুন চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকত এক প্ৰস্তাৱ গৃহীত কৰি জম্মু-কাশ্মীৰৰ ৰাজ্যিক অৱস্থা পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। পৰৱৰ্তী সময়ত এই প্ৰস্তাৱত উপ-ৰাজ্যপাল মনোজ সিনহাই অনুমোদন জনায়। কেবিনেটৰ অনুমোদনৰ পিছত মুখ্যমন্ত্রীক প্রধানমন্ত্রী আৰু কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰি জম্মু-কাশ্মীৰৰ ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাৰ পোষকতা কৰাৰ কর্তৃত্ব দিয়া হৈছে৷

Tags: Chief ministerNarendra ModiOmar Abdulla

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025