• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনৰ পূৰ্বে সিন্দে চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক : মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্যিক মাতৃ’ হিচাপে ঘোষণা

Nation NE by Nation NE
September 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচনৰ পূৰ্বে সিন্দে চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক : মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্যিক মাতৃ’ হিচাপে ঘোষণা
Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একনাথ সিন্দে চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰে গৰুক আনুষ্ঠানিকভাৱে ৰাজ্য মাতৃ হিচাপে মৰ্যাদা দিছে। আজি চৰকাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠক এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি মহাৰাষ্ট্ৰ চৰকাৰে কয় যে বৈদিক যুগৰ পৰা ভাৰতীয় সংস্কৃতিত থলুৱা গৰুৰ মৰ্যাদা, মানুহৰ খাদ্যত থলুৱা গৰুৰ গাখীৰৰ উপযোগিতা, আয়ুৰ্বেদ চিকিৎসা, পঞ্চগব্য চিকিৎসা পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা থলুৱা গৰুক ৰাজ্য মাতৃ বুলি ঘোষণা কৰিবলৈ অনুমোদন জনোৱা হয়।

উল্লেখ্য যে, হিন্দুসকলে গৰুক ঈশ্বৰ বুলি গণ্য কৰে। বিজেপি শাসিত সকলো ৰাজ্যতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে গৰু হত্যা। কিন্তু কোনো ৰাজ্যতে গৰুক আনুষ্ঠানিকভাৱে ৰাজ্যৰ মাতৃ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল।

ভাৰতত বহুতো জীৱ-জন্তু, চৰাই, গছ-গছনি, নদীৰ পূজা কৰা হয়। হিন্দু ধৰ্মত তেওঁলোকৰ অতি গুৰুত্ব আছে। গৰুক পবিত্ৰ বুলি গণ্য কৰাৰ লগতে ইয়াৰ গাখীৰ, প্ৰস্ৰাৱ আৰু গোবৰকো পবিত্ৰ বুলি গণ্য কৰা হয়। ধৰ্মীয় আৰু পৌৰাণিক বিশ্বাস অনুসৰি এটা গৰুৰ শৰীৰত ৩৩ কোটি দেৱ-দেৱী বাস কৰে। এই কাৰণেই দীৰ্ঘদিন ধৰি গৰুক জাতিৰ মাতৃ হিচাপে ঘোষণা কৰিবলৈ আন্দোলন চলি আহিছে আৰু মাজে মাজে কেন্দ্ৰীয় চৰকাৰক গৰুক জাতিৰ মাতৃ ঘোষণা কৰিবলৈ আহ্বান জনোৱা হৈছে।

উল্লেখ্য যে, চলিত বছৰৰ শেষৰ ফালে অৰ্থাত নৱেম্বৰ মাহত মহাৰাষ্ট্ৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচন।

Tags: Eknath ShindeMaharashtraRajmata

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025