• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহি গ’ল সম্পূৰ্ণ সময় সূচী! আই পি এলৰ পিছত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব টীম ইণ্ডিয়াই

Nation NE by Nation NE
March 30, 2025
in Top News, ক্ৰীড়া
0 0
আহি গ’ল সম্পূৰ্ণ সময় সূচী! আই পি এলৰ পিছত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব টীম ইণ্ডিয়াই
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ পিছত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই।ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া আৰু টি-২০ শৃংখলা।

এক প্ৰতিবেদন অনুসৰি, ১৯ অক্টোবৰত পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল। ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা।

বিশেষ কথাটো হ’ল পুৰুষ দলৰ লগতে মহিলা দলটোও অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এদিনীয়া টি-২০ খেলিব।

টীম ইণ্ডিয়াৰ বেছিভাগ খেলুৱৈয়ে বৰ্তমান আই পি এল খেলত ব্যস্ত। ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আৰু ২৫ মে’ত অনুষ্ঠিত হ’ব চূড়ান্ত খেল। আই পি এলৰ পিছত চলিত বৰ্ষৰ অক্টোবৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই।

ভাৰতৰ পুৰুষ আৰু মহিলা দলে এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। খবৰ অনুসৰি, ১৯ অক্টোবৰৰ পৰা পুৰুষ দলৰ এদিনীয়া শৃংখলা আৰম্ভ হ’ব। ২৩ অক্টোবৰত দ্বিতীয়খন এদিনীয়া আৰু ২৫ অক্টোবৰত তৃতীয়খন এদিনীয়া খেল অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ মেচসমূহ পাৰ্থ, এডিলেইড আৰু ছিডনীত অনুষ্ঠিত হ’ব।

আকৌ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় মহিলা দলেও। ১৫ ফেব্ৰুৱাৰী, ১৯ ফেব্ৰুৱাৰী আৰু ২১ ফেব্ৰুৱাৰীত ভাৰত আৰু অষ্ট্ৰেলিয়া মহিলা দলৰ মাজত টি-২০ মেচ অনুষ্ঠিত হ’ব।

ইয়াৰ পিছত আৰম্ভ হ’ব এদিনীয়া শৃংখলা। ইয়াৰ পিছত টেষ্ট মেচ এখনো খেলিব।

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণ ২০২৫-২৬-

এদিনীয়া শৃংখলাৰ সূচী –

১ম এদিনীয়া-  পাৰ্থ, ১৯ অক্টোবৰ

২য় এদিনীয়া- এডিলেইড, ২৩ অক্টোবৰ

৩য় এদিনীয়া- ছিডনী, ২৫ অক্টোবৰ

টি ২০ ছিৰিজৰ সূচী –

১ম টি ২০- কেনবেৰা, ২৯ অক্টোবৰ

২য় টি ২০- মেলবৰ্ণ, ৩১ অক্টোবৰ

৩য় টি ২০- হোবাৰ্ট, ২ নৱেম্বৰ

৪ৰ্থ টি ২০- গোল্ড কোষ্ট, ৬ নৱেম্বৰ

৫ম টি ২০- ব্রিজবেন, ৮ নৱেম্বৰ

মহিলাৰ টি-২০ ছিৰিজৰ সূচী –

১ম টি২০- ছিডনী, ১৫ ফেব্ৰুৱাৰী

২য় টি২০- কেনবেৰা, ১৯ ফেব্ৰুৱাৰী

৩য় টি২০- এডিলেইড, ২১ ফেব্ৰুৱাৰী

মহিলাৰ এদিনীয়া শৃংখলাৰ সূচী –

১ম এদিনীয়া- ব্রিজবেন, ২ ফেব্ৰুৱাৰী

২য় এদিনীয়া-হোবাৰ্ট, ২৭ ফেব্ৰুৱাৰী

৩য় এদিনীয়া-মেলবৰ্ণ, ১ মাৰ্চ

Tags: #cricketIPLSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025